• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ষ্টেটু অৱ ইউনিটিৰ কেলেংকাৰি : ৫.২৪ কোটি জমা নিদিয়া বিষয়া-কর্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 2, 2020 9:33 pm

1 min read

statue-of-unity-1575646730
900
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি ষ্টেটু অৱ ইউনিটিৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মূল্য জমা নিদিয়াৰ বিয়াগোম কেলেংকাৰিত জড়িত কেবাজনো বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

২০১৮ চনৰ নৱেম্বৰ মাহৰ পৰা ২০২০ চনৰ মাৰ্চ মাহলৈকে ষ্টেটু অৱ ইউনিটিৰ দৰ্শনাৰ্থীৰ প্ৰৱেশ মূল্যৰ দ্বাৰা সংগৃহীত ৫.২৪ কোটি টকা বেংকত জমা নকৰি আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

উল্লেখ্য যে ষ্টেটু অৱ ইউনিটিৰ দুটা বেংক একাউন্টত আছে আৰু এটা এজেঞ্চিয়ে দৈনিক সংগৃতীত ধনৰাশি পিছ দিনাই একাউন্টত জমা কৰাৰ নিয়ম।

“এঞ্চেচিটোৰ কিছু কৰ্মচাৰী-বিষয়াই যোৱা ২০১৮ৰ নৱেম্বৰৰ পৰা ২০২০ৰ মাৰ্চলৈ সংগৃহীত ৫,২৪,৭৭,৩৭৫ টকাৰ বেংকত জমা কৰা নাছিল।” উপ আৰক্ষী আয়ুক্ত বাণী দুভাটে কয়।

যোৱা সোমবাৰে ৰাতি কেলেংকাৰিত জড়িত থকা এঞ্চেচিটোৰ কেবাজনো বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে বেংক প্ৰৱন্ধকৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলিও শীৰ্ষ আৰক্ষীয়ে গৰাকীয়ে কয়।

ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০, ৪০৬ আৰু ১২০-বিৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd