• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপৰ বিলৰ মাজেৰে নিৰ্মাণ কৰিব নোৱাৰিব দ্বিতীয়টো ৰে’লপথ : সেউজ ন্যায়াধিকৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2018 12:31 pm
deepar-bil_1523701233t

প্ৰতিনিধিত্বমূলক চিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃতিৰ প্ৰতি চৰম ভাবুকি তথা জীৱকুলৰ প্ৰতি দেখা দিয়া সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দীপৰ বিলৰ মাজেদি পাৰ হৈ যোৱা ৰে’লপথক দ্বৈত ৰে’লপথলৈ উন্নীত কৰিব নোৱাৰিব উত্তৰ-পূব সীমান্ত ৰে’লৱেই। উত্তৰ-পূব সীমান্ত ৰে’লৱেক এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে।

উল্লেখ্য যে, বনৰীয়া হাতীৰ কৰিড’ৰ তথা জীৱ-জন্তু অহা-যোৱা কৰাত বাধা সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি পৰিৱেশ সচেতক ৰোহিত চৌধুৰীয়ে দাখিল কৰা আবেদনৰ ভিত্তিতে ন্যায়াধিকৰণে এই নিৰ্দেশ দিয়ে।

Apply Now

উল্লেখ্য যে অসমৰ মুখ্য সচিবৰ অধ্যক্ষতাত এখন কমিটী গঠন কৰি বিষয়টো সন্দৰ্ভত চোৱাচিতা কৰি যোৱা জানুৱাৰি মাহতে ন্যায়াধিকৰণে এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

কিন্তু, ন্যায়াধিকৰণৰ নিৰ্দেশৰ পাছতো মুখ্য সচিবৰ সমিতিয়ে আজিলৈ কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰিব নোৱাৰিলে। সেয়ে এই প্ৰতিবেদন দাখিল নকৰা পৰ্যন্ত ন্যায়াধিকৰণে উক্ত অঞ্চলত দ্বিতীয়টো ৰে’লপথ স্থাপনৰ কাম বন্ধ ৰাখিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেক নিৰ্দেশ দিছিল।

ৰে’ল বিভাগে ন্যায়াধীকৰণৰ পূৰ্বৰ নিৰ্দেশ অমান্য কৰি পুনৰ ৰে’লপথ নিৰ্মাণ চলাই থকা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে দীপৰ বিলত ৰে’লপথ নিৰ্মাণ নকৰিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে।

ইয়াৰ উপৰি দ্বৈত ৰে’লপথ নিৰ্মাণৰ প্ৰসংগত অসম চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত ন্যায়াধীকৰণে গঠন কৰি দিয়া কমিটিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগিব বুলি ৰে’ল বিভাগক নিৰ্দেশ দিয়ে। যদি উত্তৰ-পূব ৰে’লৱেই ন্যায়াধীকৰণৰ নিৰ্দেশনা অৱমাননা কৰে তেন্তে বিহিত ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলিও উল্লেখ কৰে।

আনহাতে পৰিৱেশ সচেতক ৰোহিত চৌধুৰীয়ে দাখিল কৰা আবেদনৰ পৰৱৰ্তী শুনানী অহা ২০ নবেম্বৰত গ্ৰহণ কৰা হ’ব বুলি জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd