• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন

বিপদত হিৰো আলম: বেসুৰীয়া গীত গাই আইনী ৰোষত পৰিল সামাজিক মাধ্যমৰ নায়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2022 9:09 pm
Hero Alom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেসুৰাকৈ গান গাই এইবাৰ আইনী ৰোষত পৰিছে হিৰো আলম। নিজৰ সুকীয়া ঢঙেৰে ইণ্টাৰনেট তথা সামাজিক মাধ্যমযোগে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা বাংলাদেশৰ ষ্টাৰজনক গান নাগাবলৈ আৰক্ষীয়ে সকিয়াই দিছে।

শেহতীয়াকৈ হিৰো আলমে নিজৰ ষ্টাইলত ৰবীন্দ্ৰ সংগীত আৰু নজৰুল সংগীত গাই সংগীতপ্ৰেমীৰ ৰোষৰ সন্মুখীন হৈছিল। কালোতীৰ্ণ এই সংগীতসমূহক হিৰো আলমে বেসুৰাকৈ গাই অপমান কৰিছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছিল। তাৰপাছতে ঢাকা আৰক্ষীয়ে এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰে।

Apply Now

উল্লেখযোগ্য যে নিজৰ সুকীয়া ঢং, একচন দৃশ্য আৰু বেসুৰা কণ্ঠৰ বাবে হিৰো আলম জগতবিখ্যাত। ইতিমধ্যে কেইবাখনো চিনেমাতো অভিনয় কৰিছে হিৰো আলমে।

অভিনয়-গানৰ উপৰিও হিৰো আলমে ২০১৮ চনত বাংলাদেশৰ সংসদীয় নিৰ্বাচনতো অংশ লৈছিল। নিৰ্বাচনটোত তেওঁ মাত্ৰ ৬৩৮ টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। ফেচবুকত হিৰো আলমৰ দুই মিলিয়ন ফলোৱাৰ্ছ থকাৰ উপৰিও ইউটিউৱত আছে ডেৰ মিলিয়ন চাবস্ক্ৰাইবাৰ্চ।

হিৰো আলমে কণ্ঠদান আৰু অভিনয় কৰা আৰৱীয়ান চং নামৰ গানটোৱে ১৭ মিলিয়ন ভিউৱাৰ্ছ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে তেওঁক জেৰা কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত হিৰো আলমে কয় যে তেওঁক আঠঘণ্টা ধৰি জেৰা কৰা হয়।

এই জেৰাত হিৰো আলমক মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল আৰু গান গোৱা বন্ধ কৰিবলৈ ভাবুকি প্ৰদান কৰিছিল। তদুপৰি আৰক্ষীয়ে তেওঁক লিখিতভাৱে এখন ক্ষমা প্ৰাৰ্থনাতো চহী কৰিবলৈ জোৰ কৰিছিল বুলি হিৰো আলমে কয়।

আনহাতে, ঢাকাৰ আৰক্ষীয়ে এই সন্দৰ্ভত কয় যে হিৰো আলমৰ গানৰ বিপক্ষে অলেখ অভিযোগ লাভ কৰা গৈছে। নিজৰ বেসুৰা মাতেৰে ৰবীন্দ্ৰ সংগীত গাই হিৰো আলমে পৰম্পৰাগত শৈলীসমূহ বিনষ্ট কৰা বুলি আৰক্ষীয়ে কয়।

তদুপৰি হিৰো আলমে পুনৰ এনেধৰণৰ গান নাগায় বুলিও আশ্বাস প্ৰদান কৰা বুলি আৰক্ষীয়ে জনায়।

আনহাতে, সমগ্ৰ বিষয়টোক লৈ হিৰো আলমৰ অনুৰাগী আৰু সমৰ্থকসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াক এজন শিল্পীৰ ব্যক্তিগত অধিকাৰৰ ওপৰত আক্ৰমণ বুলি তেওঁলোকে অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd