• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোণাপুৰৰ তামুলিকুছিত ডাম্পিং গ্ৰাউণ্ডৰ তীব্ৰ বিৰোধিতা সৰ্ব ভাৰতীয় জনজাতি ছাত্ৰ সন্থা (আইটছা)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 29, 2020 6:46 am
dp1
332
VIEWS
Share on FacebookShare on Twitter

সোণাপুৰ ট্ৰাইবেল বেল্ট ব্লকৰ অধীনত তামুলিকুছিত ডাম্পিং গ্ৰাউণ্ড কৰিবলৈ কোনোপধ্যে এক ইঞ্চিও মাটি এৰি দিয়া নহ’ব।

জিএমচিৰ মইমতালি আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা অসম চৰকাৰৰ জনতাবিৰোধী কাৰ্যক ধিক্কাৰ দি এইদৰে তীব্ৰ সকীয়নি প্ৰদান কৰিছে অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেন্টছ এচচিয়েশ্যন অসম (আইটছা) ৰাজ্যিক শাখাই।

আইটছাৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপেন দেউৰীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত ডাম্পিং গ্ৰাউণ্ড বিৰোধিতা কৰি এইদৰে কয়।

বিবৃবিটোত তেওঁ লগতে দাবী কৰি কয় যে বিজেপিয়ে অসমৰ জনজাতিসকলৰ ভূমি অধিকাৰ নিঃশেষ কৰাৰ ষড়যন্ত্ৰস্বৰূপে ‘নেশ্যনেল চলিড ৱেষ্ট মেনেজমেন্ট এক্ট’ আৰু ‘অসম লেণ্ড ৰেভিন্যু ৰেগুলেচন এক্ট’ৰ দশম অধ্যায় সম্পূৰ্ণ ভংগ কৰিছে।

চৰকাৰৰ এই দুই আইন ভংগ কৰা এনে জনবিৰোধী নীতিৰ পৰা দূৰত থাকি মাটি আৱন্টনৰ যি সিদ্ধান্ত সেয়া অতিশীঘ্ৰে বাতিল কৰিবলৈও চৰকাৰক দাবী জনাইছে জনজাতি ছাত্ৰ সন্থাৰ সম্পাদক দীপেন দেউৰীয়ে।

মানৱ সমাজ আৰু জীৱকুলৰ বাবে অতি বিপদজনক ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বাবে সোণাপুৰৰ যোৰাবাট তামুলিকুছিৰ সলনি অন্য ঠাই বাচনি কৰিবলৈও আহ্বান জনাইছে জনজাতি ছাত্ৰ সন্থা(আইটছা)ই।

জাতি মাটি ভেটি সুৰক্ষাৰ মিথ্যাচাৰৰ শ্ল’গান গাই ফুৰা সৰ্বানন্দ সোণোৱালে পুঁজিপতি বণিয়াৰ স্বাৰ্থত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ যি অনীতিৰ প্ৰশ্ৰয় লৈছে ইয়াৰ উচিত প্ৰত্তুত্যৰ অসমবাসীয়ে দিবলৈ বাধ্য হ’ব বুলিও সকিয়াই দিছে আইটছাৰ নেতৃবৃন্দই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd