• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

C(A)A বাতিলৰ দাবীত শিৱসাগৰত আছুসহ ৩০ জনগোষ্ঠীয় সংগঠনৰ বিশাল জনতাৰ উপস্থিতিত ‘শোণিত গৰ্জন’ 

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 5, 2020 8:05 am
AASU protest

আছুৰ শোণিত গৰ্জন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অসমৰ শিল্পী সমাজ আৰু ৰাইজৰ সহযোগত নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত ‘শোণিত গৰ্জন’ শীৰ্ষক  এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ৰাতিপুৱা প্ৰায় ১২ বজাৰ পৰা অনুষ্ঠিত এই ‘শোণিত গৰ্জন’ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণ জ্যেতি গগৈ, আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, কন্ঠশিল্পী মানস ৰবিন, বিপিং চাওদাঙৰ লগতে বহু শিল্পীয়ে অংশ গ্ৰহণ কৰে।

Apply Now

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে আঁতধৰা শোণিত গৰ্জন কাৰ্যসূচীত আছুৰ সভাপতি দীপাংকৰ নাথে বিজেপি চৰকাৰে অসমীয়া জাতিক বিশ্বাসঘাটকতা কৰিছে বুলি মন্তব্য কৰে।

‘‘নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি অসমৰ পৰা বিদেশী বিতাৰণ কৰিম বুলি ঘোষণা কৰিছিল আৰু আজি সেই মোডীয়েই ওলোটা খৰ মাৰিছে আৰু মিছা কথা কৈ অসমীয়া জাতিক প্ৰতাৰণা কৰিছে,’’ দিপাংক নাথৰ মন্তব্য।

তেওঁ লগতে কয়, জাতিক প্ৰতাৰণা কৰা চৰকাৰক ইতিহাসে কেতিয়াও ক্ষমা নকৰে। ৰাইজে নিবিচৰা ‘কা’ জোৰকৈ অসমত জাপি দিব বিচাৰিছে যাৰ বাবে আজি জনতা ৰাজ পথলৈ ওলাই আহিছে।

সদৌ অসম ছাত্ৰ সন্থাইও ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো বিদেশীক অসমে গ্ৰহণ নকৰে বুলি নিজৰ মতত অটল আছে। বিদেশী বিতাৰণ অসম চুক্তি মতেহে হ’ব লাগিব বুলি মন্তব্য কৰে আছুৰ সভাপতি জনে।

নিজৰ ভাষণত আছুৰ সভাপতিজনে কংগ্ৰেছ আৰু অগপ দলকো ক্ষুৰধাৰ সমালেচনা কৰে।

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে শংকৰদেৱ সংঘৰ নাম উল্লেখ নকৰি কয়, সদৌ অসম ছাত্ৰ সন্থা যিদৰে ৰাইজৰ ভৰিৰ তলত,  ঠিক তেনেদৰে আন বিলাক জাতীয় সংগঠন আৰু অনুষ্ঠানো ৰাইজৰ উদ্ধত নহয়। সেই কথা আন সংগঠন বা অনুষ্ঠানে অনুধাবন কৰিব পাৰে নে নোৱাৰে সেয়া আমাৰ বোধগম্য  নহয় যদিও আছু যে ৰাইজৰ ভৰিৰ তলত আমি নিশ্চিতভাৱে কব পাৰো।

এইখন অসমতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক হিন্দুত্ববাদী নেতাই বাবা বুলি সম্বোধন কৰাৰ সময়ত কোনো লোকে কিয় বিৰোধিতা কৰা নাছিল বুলি প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈয়ে।

আনহাতে বাবুল বৰাক উদ্দেশ্যি তেওঁ কয়, এনে এক স্থানত থকা ব্যক্তিয়ে নিজে নিজৰ কথা বতৰাত সংযম ৰখাটো দৰকাৰ। ভকত বৈষ্ণৱৰ যি ব্যৱহাৰ, সংস্কাৰ শ্ৰীমন্ত শংকৰদেৱে দিছিল সেই সংস্কাৰৰ আধাৰত তেওঁলোকে কথাবতৰা কওঁক।

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক হত্যা কৰা মধ্যযুগীয়া কু-সংস্কাৰ আনিবখোজা শক্তি সমূহৰ লগত কিয় হাত মিলাবলগীয়া হৈছে, জাতীয় সংকটৰ সময়ত এই সকলক কিয় বৰপীৰা পাৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সত্বাত কিয় আচোৰ পেলাবলগীয়া হৈছে সেই প্ৰশ্ন সংঘৰ বাপ সকল বা আই সকলেও নেতৃত্বক সোধা উচিত বুলি মন্তব্য কৰে আছুৰ সম্পাদকজনে।

কন্ঠ শিল্পী বিপিন চাওদাঙে সকলো দল সংগঠনক একত্ৰিত হৈ আন্দোলন কৰিলেহে অসমীয়া জাতি উদ্ধাৰ হব বুলি অনুষ্ঠানত উপস্থিত বিশাল জনতাক উদ্দেশ্যি মন্তব্য কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd