• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পত্নী অবিহনে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাত যোগ দিব নোৱাৰিব মোডীয়ে! সুব্ৰমনিয়ম স্বামীৰ মন্তব্যত বিতৰ্ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 1:37 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান দুদিনীয়া কেৰালা ভ্ৰমণত আছে। চলিত সপ্তাহৰ শেষৰ ফালে অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া মহা কুম্ভাভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ২২ তাৰিখে অযোধ্যা ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু তাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

অৱশ্যে তাতেই বিতৰ্কৰ সৃষ্টি কৰিছে বিজেপি নেতা সুব্ৰমনিয়ম স্বামীয়ে। তেওঁ দাবী কৰে যে “প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰাণ প্ৰতিষ্ঠাৰ ছয়দিনীয়া পূজাত অংশ ল’ব নোৱাৰে। কাৰণ তেওঁ পত্নীৰ সৈতে ৰাম মন্দিৰলৈ নাযায়। চাৰিটা শক্তিপীঠৰ শংকৰাচাৰ্যসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ কথা অৱগত কৰিছে। প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ ষষ্ঠ দিন অৰ্থাৎ ২২ জানুৱাৰীত অযোধ্যাত এজনো শংকৰাচাৰ্য উপস্থিত নাথাকে। ফলস্বৰূপে সেইদিনা ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত মইও অংশগ্ৰহণ নকৰো। বৰঞ্চ অযোধ্যালৈ গৈ ১৭ এপ্ৰিলত ৰাম নৱমীৰ দিনা ভগৱান ৰামৰ জন্মদিনত প্ৰাৰ্থনা কৰিম’’।

লগতে পঢ়কঃ আৰু কি বাকী থাকিব? ৰেচনতো মোডীৰ ফটো থকা বেগ দিব কেন্দ্ৰই! খৰচ হ’ব ৩০০ কোটি টকা

ইতিমধ্যে ৰাম মন্দিৰ সন্দৰ্ভত তেওঁৰ এক্স হেণ্ডেলৰ পোষ্ট ভাইৰেল হৈছে। সুব্ৰমনিয়ম স্বামীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱত নিজে অংশগ্ৰহণ নকৰে বুলিও কয়।

সুব্ৰমনিয়ম স্বামীৰ এই মন্তব্যৰ বিৰোধিতা কৰি একাধিক প্ৰতিক্ৰিয়া আহিছে। এক্স হেণ্ডেলত থকা তেওঁৰ পোষ্টটোৰ তলত বিপুল কমেণ্ট আহিছে। অবিনাশ চৌবে নামৰ এজন নেটিজেনে লিখিছে, ‘আপুনি এনেদৰে কথা কৈছে যেন আপুনি বেদব্যাস। ছাৰ আমি জানো আপুনি মোডীজীক ঘৃণা কৰে। আমি আপোনাৰ বাবে দুখ পাইছো।’

Since Modi without his wife cannot formally participate in six days of Prana Pratishtha Puja, and four of the revered
Scholars, the Shankaracharyas, will not be present on sixth day viz., Jan 22, I will instead participate on Sri Rama’s birthday prayers during Ram Navmi on April…

— Subramanian Swamy (@Swamy39) January 16, 2024

দেৱ মিশ্ৰ নামৰ এজন নেটিজেনৰ ভাষাত, ‘আপোনাৰ এই ধৰণৰ মন্তব্য দুৰ্ভাগ্যজনক। এয়া একেলগে বন্ধন গঢ়ি তোলাৰ সময়। এই সময় উৎসৱৰ সময়। আৰু আপুনি ইজনে সিজনক তিৰ্যক মন্তব্য কৰিবলৈ এৰা নাই।’ 

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd