• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিভিন্ন ক্ষেত্ৰত সফলতাই ছাত্ৰ-ছাত্ৰীক অধিক আকৰ্ষিত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়লৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 9:05 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন বিষয়ত লাভ কৰা সফলতাৰ বাবে বিশ্ববিদ্যালয়খনে ভাৰতৰ লগতে অসমলৈও এক আশাৰ বতাৰ কঢ়িয়াই আনিছে।

পাঁচটা দশক সম্পূৰ্ণ কৰা বিশ্ববিদ্যালয়খনে কৃষি শিক্ষা-গৱেষণাত অভিৱন সফলতা, নতুন কৃষি প্ৰযুক্তিৰ উদ্ভাৱন, শ্ৰেণীকোঠাত শেহতীয়া তথ্য প্ৰযুক্তিৰ প্ৰয়োগৰ সুবিধা আগবঢ়োৱা, ছাত্ৰ অৱস্থাতে বিদেশত অধিক উন্নত গৱেষণাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে শেহতীয়াকৈ এক নতুন গতি লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ফলত বিগত এটা দশকৰ ভিতৰত কৃষি বিশ্ববিদ্যালয়খনত কৃষি শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পাইছে।

Apply Now

তাৰোপৰি বিশ্ববিদ্যালয়খনত বিশ্বমানৰ গৱেষণাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাৱাস আদিৰ সুবিধা আগবঢ়োৱাৰ ফলত বিগত এটা দশকৰ ভিতৰতে ৯ খনকৈ বিদেশী ৰাষ্ট্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে কৃষি শিক্ষা, গৱেষণাৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাটোও বিশ্ববিদ্যালয়খনৰ আন এক সফলতা।

উল্লেখযোগ্য যে ২০১৮ বৰ্ষত ১০৭০.২৩ শতাংশতকৈও অধিক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে কৃষি শিক্ষা গ্ৰহণৰ অৰ্থে আগ্ৰহ প্ৰকাশ কৰা কথাই প্ৰমাণ কৰিছে যে অসম কৃষি বিশ্ববিদ্যালয়ে সম্প্ৰতি কৃষি শিক্ষাৰ উৎকৰ্ষ সাধনত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিছে।

মন কৰিব লগীয়া যে পূৰ্বতে ইঞ্জিনিয়াৰিং, মেডিকেলত নাম ভৰ্তি কৰাৰ সুবিধা লাভ নকৰিলেহে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে কৃষি শিক্ষাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু বৰ্তমান বিশ্ব বিদ্যালয়খনৰ সফলতাৰ বাবে কৃষি শিক্ষাৰ প্ৰতি ক্ৰমাৎ অভাৱনীয় গতিত বৃদ্ধি পাইছে মেধাৱী ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd