• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোগল সম্ৰাট হুমায়ুনৰ দিনত আৰম্ভ হৈছিল ৰাখী বন্ধনৰ পৰম্পৰা : বিতৰ্কিত পোষ্ট দি বিপদত সুধা মূৰ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2024 8:56 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাখীবন্ধনৰ ইতিহাস আৰু ইয়াৰ তাৎপৰ্য  লিখিবলৈ গৈ বিতৰ্কৰ কেন্দ্ৰ আৰু সমালোচনাৰ পাত্ৰ হৈ পৰিছে বিখ্যাত কোম্পানী ইনফ’ছিছৰৰ স্বতাধিকাৰ নাৰায়ণ মূৰ্তিৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ সুধা মূৰ্তি।

ৰাখী বন্ধন উপলক্ষে সামাজিক মাধ্যমত এটা ভিডিঅ‘ মুকলি কৰিছিল সুধা মূৰ্তিয়ে। ভিডিঅ’টোত তেওঁ কয় যে মোৰ বাবে সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। ৰাখী বন্ধনত ভগ্নীসকলে নিজৰ ভাতৃৰ হাতত এডাল সূতা বান্ধি দিয়ে যাতে যেতিয়াই ভগ্নী গৰাকী যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হয় তেতিয়াই ভাতৃয়ে তেওঁক ৰক্ষা কৰে।

Apply Now

কিন্তু কেৱল এয়াই নহয়, সুধা মূৰ্তিয়ে ব্যাখ্যা কৰে ৰাখী বন্ধনৰ ইতিহাস। তেওঁ কয়, “তেতিয়া মেবাৰৰ ৰাণী কৰ্ণৱতীৰ ৰাজ্য বিপদত পৰিছিল তেতিয়া ৰাণীয়ে কি কৰিব লাগে বুজিব পৰা নাছিল। এনে অৱস্থাত কৰ্ণৱতীয়ে মোগল সম্ৰাট হুমায়ুনক নিজৰ ভগ্নী বুলি স্বীকৃতি দি ৰক্ষা কৰিবলৈ অনুৰোধ কৰি সৰু সূতা এডাল পঠিয়াইছিল। প্ৰথমতে যেতিয়া হুমায়ুনে ইয়াৰ অৰ্থ বুজি পোৱা নাছিল যদিও, পিছত এই কথা বুজি পালে যে এয়া ভগ্নীৰ বাৰ্তা। ইয়াৰ পিছত সম্ৰাট হুমায়ুনে ৰাণী কৰ্ণৱতীক সহায় কৰিবলৈ দিল্লী এৰি গুচি যায়।”

Raksha Bandhan has a rich history. When Rani Karnavati was in danger, she sent a thread to King Humayun as a symbol of sibling-hood, asking for his help. This is where the tradition of the thread began and it continues to this day. pic.twitter.com/p98lwCZ6Pp

— Smt. Sudha Murty (@SmtSudhaMurty) August 19, 2024

ভিডিঅ’ত কোৱা এই কথাষাৰে এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যম। সামাজিক মাধ্যমৰ এটা অংশই সুধা মূৰ্তিৰ এই বক্তব্যৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ মতে ৰক্ষাবন্ধনৰ আৰম্ভণিৰ কাহিনী আচলতে মোগলৰ সময়ৰ নহয়, মহাভাৰতৰ সময়ৰহে। শিশুপাল বধৰ সময়ত সুদৰ্শন চক্ৰত কৃষ্ণৰ আঙুলিত ঘা হোৱাত দ্ৰৌপদীয়ে কৃষ্ণৰ বস্ত্ৰৰ এটা অংশ ফালি ঘাঁত বান্ধিছিল। কৃষ্ণই দ্ৰৌপদীক আশ্বাস দিয়ে যে যেতিয়াই তাই বিপদৰ সন্মুখীন হ’ব তেতিয়াই তাইক ৰক্ষা কৰিব। ফলত কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ সন্মান বচাবলৈ কৃষ্ণ উপস্থিত হৈছিলগৈ।

কোনো কোনোৱে পুনৰ কয় যে শ্ৰৱণ পূৰ্ণিমা তিথিত লক্ষ্মীয়ে বিষ্ণুৰ অটল ভক্ত ৰজা বালিৰ হাতত ৰাখী বান্ধিছিল। তেতিয়াৰ পৰাই শ্ৰৱণ পূৰ্ণিমাৰ দিনা হাতত ৰাখী বান্ধি ৰখাৰ পৰম্পৰা এটা পৰম্পৰাত পৰিণত হৈছে।

মুঠৰ ওপৰত যিয়েই নহওক, ৰাখী বন্ধনৰ লগত মোগলৰ শাসকক জড়িত কৰি এতিয়া বিতৰ্ক আৰু বিপদৰ সুধা মূৰ্তি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd