• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিনেতা হোৱাৰ সপোন আধাতে সামৰি ২০২১ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত শুকুৰ আলীৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
June 22, 2019 6:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ব্যাপকভাৱে চৰ্চা লাভ কৰা তথা ধুবুৰী লোকসভা সমষ্টিত প্ৰতিদন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী শুকুৰ আলী নগাঁৱৰ চামগুৰিত ২১ জুনত উপস্থিত হয়হি।

কিন্তু ৰাজনৈতিক উদ্দেশ্যৰে নহয় আন এক উদ্দেশ্য লৈহে লাওঁখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰত উপস্থিত হৈছিল শুকুৰ আলী। এজন প্ৰতিস্থিত ৰাজনৈতিক নেতা হোৱাৰ বাবে প্ৰয়োজনীয় জনপ্ৰিয়তা অৰ্জন কৰিবৰ বাবে এইবাৰ শুকুৰৰ মন অভিনেতা হোৱাৰ, এখন চিনেমা কৰাৰ।

Apply Now

ইতিমধ্যে চিনেমাৰ নামো ঠিক কৰিছে শুকুৰ আলীয়ে। চিনেমাখনৰ নাম হ’ব ‘জীৱন এলবাম, গৰীবৰ বন্ধু’, য’ত মুখ্য চৰিত্ৰত থাকিব শুকুৰ নিজে।

বৰ্তমান চিনেমাখনৰ দৃশ্য গ্ৰহণৰ সুন্দৰ লোকেচন বিচাৰি ফুৰিছে শুকুৰ আলীয়ে। এই লোকেচন চাবৰ বাবেই শুকুৰ আলী নগাঁৱৰ চামগুৰিত উপস্থিত হৈ কেইবাটাও নৈপৰীয়া অঞ্চল পৰিদৰ্শন কৰে।

কিন্তু চামগুৰিৰ নৈপৰীয়া বৃহত্তৰ লাওখোৱা, ভূৰবন্ধা, ভগামুখ অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি বান-গৰাখহনীয়াত ভাৰাক্ৰান্ত হৈ ভোগ কৰি থকা দুৰৱস্থাৰ ছবিখন দেখি শুকুৰৰ মন একেবাৰে ভাঙি পৰিল। শুকুৰ আলীয়ে বোলছবিৰ দৃশ্য গ্ৰহণ কৰিব পৰা নাযাব বুলি ঘোষণা কৰে।

ইয়াৰ বিপৰীতে শুকুৰে চৰকাৰ, প্ৰশান তথা সংশ্লিষ্ট জলম্পদ বিভাগক চামগুৰিৰ নৈ পৰীয়া ৰাইজৰ দুখ-দুৰ্গতিৰ বিষয়ে প্ৰকৃতপক্ষে অনুধাৱন কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায়। ইমানতেই অন্ত পৰিল চামগুৰিত শুকুৰৰ বোলছবিৰ বাবে লোকেচন বিচৰা কাৰ্য, আৰম্ভ হ’ল ৰাজনীতি।

প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈকে ধৰি বৰ্তমানৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত প্ৰকৃতপক্ষে নেতা নহয় বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰি বৃহত্তৰ অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজৰ প্ৰতি তেওঁলোকে সদায় আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে সকলো নেতাই কেৱল নিৰ্বাচনৰ সময়ত বিধ্বস্ত অঞ্চলটোলৈ আহি ৰাইজৰ সন্মুখত অভিনয় কৰে বুলি কটাক্ষ কৰে শুকুৰ আলীয়ে।

চামগুৰিৰ নৈপৰীয়া ৰাইজৰ দুৰৱস্থা দেখি আগন্তুক ২০২১ চনত ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া বিধানসভাৰ নিৰ্বাচনত চামগুৰিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দ্বিতা আগবঢ়াব বুলি সদম্ভে ঘোষণা কৰিলে ধুবুৰীৰ শুকুৰ আলীয়ে।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd