• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ্কট ৰোগীক আৰ্থিকভাৱে সহায়ৰ বাবে অভিনেত্ৰী ছানী লিয়নীৰ বিশেষ পদক্ষেপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2019 5:57 pm

1 min read

কৰ্কট ৰোগীক আৰ্থিকভাৱে সহায়ৰ বাবে অভিনেত্ৰী ছানী লিয়নীৰ বিশেষ পদক্ষেপ
5.2k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ মোহময়ী অভিনেত্ৰী হিচাপে পৰিচিত ছানী লিয়নী বৰ্তমান কৰ্কট ৰোগীক সহায়ৰ বাবে লৈছে এক নতুন প্ৰচেষ্টা। এই উদ্দেশ্যে অভিনেত্ৰী গৰাকীয়ে অলপতে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে পুঁজি সংগ্ৰহ কৰা অভিযানৰ লগত জড়িত হয়।

অভিনেত্ৰী গৰাকীয়ে কয় যে, ‘মই মোৰ দেউতাক কৰ্কট ৰোগৰ বাবে হেৰুৱাইছো আৰু মই মোৰ এই অনুভৱ কৰ্কট ৰোগত আক্ৰান্তসকলক এই ৰোগৰ প্ৰতি যুদ্ধ কৰাত প্ৰেৰণা দিয়াৰ বাবে ব্যৱহাৰ কৰিব বিচাৰো।’

Finally done! Giving this one for auction to help raise money for cancer!
In loving memory of those who are no longer with us! With each brush stroke I thought of you and how much I will miss you! Love you! pic.twitter.com/Prg4LVkz0f

— Sunny Leone (@SunnyLeone) October 2, 2019

অভিনেত্ৰী ছানী লিয়নীয়ে এক সাক্ষাৎকাৰত কয় যে, ‘মই মোৰ পিতৃক হেৰুৱালো কৰ্কট ৰোগৰ বাবে। আৰু যদি মই সজাগতা আৰু আৰ্থিকভাৱে এজন ব্যক্তিকো সহায় কৰিব পাৰে তেতিয়াহে আমৰ আগত থকা উপলব্ধিৰ এটা সৰু সাফল্য লাভ কৰিম।’

অভিনেত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়াত নিজে অংকন কৰা কেইখনমান পেইণ্টিং আপলোড কৰিছে। আৰু ছানীয়ে সেই পেইণ্টিংকেইখন নিলামৰ বাবে আগবঢ়াব।

নিলামৰ পিছত তাৰ পৰা উপাৰ্জন হোৱা টকা কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়াব। অভিনেত্ৰী ছানী লিয়নীয়ে ২০০৮ চনত মাতৃক হেৰুৱাৰ পিছতে ২০১০ চনত পিতৃক হেৰুৱাইছিল।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd