• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছুপাৰনোভা ক্লাবৰ দখলত অনুপম দাস সোঁৱৰণি সদৌ অসম টি-২০ ক্ৰিকেট টুৰ্নামেণ্টৰ খিতাপ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
February 17, 2019 9:59 pm
mangaldai-sports-

ফটো : নৰ্থ-ইষ্ট নাও

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰং জিলাৰ মঙলদৈত অনুষ্ঠিত হোৱা প্ৰথম সংখ্যক অনুপম দাস সোঁৱৰণি সদৌ অসম টি-২০ ক্ৰিকেট টুৰ্নামেণ্টত ছুপাৰনোভা ক্লাবে পোষ্টেল ক্লাবক ২৪ ৰানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ছুপাৰনোভা ক্লাবে টছত জয়ী হৈ প্ৰথম বেটিং কৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ৯ উইকেট হেৰুৱাই ১১০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Apply Now

ছুপাৰনোভা ক্লাবৰ হৈ কুনাল শইকীয়াই সৰ্বাধিক ৩৬ আৰু বিশাল ৰয়ে ৩৩ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়ায়। ইফালে পোষ্টেলৰ হৈ চানক্য শৰ্মাই ১০ ৰান খৰছ কৰি ২টা, বিতপ মহন্তই ১৯ ৰানৰ বিনিময়ত ২টা আৰু সিদ্ধাৰ্থ শৰ্মাই ২০ ৰান খৰছ কৰি ২টা উইকেট লাভ কৰে।

ইফালে ১১১ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি পোষ্টেল ক্লাবে ৮৬ ৰানতে নিজৰ ইনিংছ সামৰি মেচখনত পৰাজয় স্বীকাৰ কৰে। ছুপাৰনোভাৰ এই বিজয়ৰ মূলতে আছিল সিদ্ধাৰ্থ শংকৰ বৰুৱাৰ আকৰ্ষণীয় বলিং। তেওঁ ১০ ৰানৰ বিনিময়ত ৩টা উইকেট লাভ কৰে। তেওঁৰ উপৰি কল্যাণ গগৈয়ে ২টা আৰু ৱাছিম আহমেদে ১টা উইকেট লাভ কৰে।

পোষ্টেলৰ হৈ একমাত্ৰ দীপ্তেশ সাহা (২৭) আৰু ৰোশন বাস্ফৰেহে সামান্য পৰিমানে ছুপাৰনোভাৰ বলাৰক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়।

ছুপাৰনোভা ক্লাবৰ হৈ দেখুওৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবেই সিদ্ধাৰ্থ শংকৰ বৰুৱাক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত কৰা হয়। ফাইনেলৰ অন্তত হোৱা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীৰ উপৰি আন বহু গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd