• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন গগৈৰ বিৰুদ্ধে চলা চক্ৰান্তৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে নিয়োগ কৰিলে প্ৰাক্তন ন্যায়াধীশক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2019 9:49 am
rajan

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়কক নিয়োগ কৰে।

এটা শক্তিশালী লবী, উচ্চতম ন্যায়ালয়ৰ কিছু সংখ্যক কৰ্মচাৰী আৰু ক্ষমতাবান কৰ্পোৰেট গোষ্ঠীয়ে মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে নেকি সেয়া বিচাৰ কৰাৰ বাবে ন্যায়াধীশ পাটনায়কক নিয়োগ কৰা হয়।

Apply Now

মুখ্য ন্যায়াধীশ গগৈৰ বিৰুদ্ধে ন্যায়ালয়ৰ প্ৰাক্তন কৰ্মচাৰী, শক্তিশালী কৰ্পোৰেট গোষ্ঠীৰ এটা সন্মিলিত গোটে মিছা গোচৰৰ অভিযোগ তোলা বুলি বিচাৰক উৎসৱ সিং বাইনচে যোগান ধৰা তথ্যপাতি আৰু হলফনামাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাথমিক তদন্ত চলোৱা হ’ব।

ইয়াৰ পূৰ্বে, বিচাৰক বেইনচে এপ্ৰিলৰ প্ৰথম ভাগত অজয় নামৰ এজন লোকে তেওঁক ১.৫ কোটি টকাৰ প্ৰলোভনেৰে  মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে মিছা গোচৰ তৰাৰ বাবে সাক্ষাৎ কৰিছিল বুলি উল্লেখ কৰিছিল। ন্যায়াধীশ পাটনায়কে বেইনচৰ কথাৰ সত্যতাৰ ওপৰতো বিচাৰ কৰিব। বেইনচৰ মতে অজয় নামৰ লোকজন মুখ্য ন্যায়াধীশৰ বিপক্ষে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা কৰ্মচাৰীগৰাকীৰ সম্পৰ্কীয়।

উল্লেখযোগ্য যে, ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বাধীন বিশেষ আদালতে চি বি আই, আই বি আৰু দিল্লী আৰক্ষীৰ প্ৰধানক ন্যায়াধীশ পাটনায়কক সহযোগ কৰাৰ লগতে আদালতৰ সন্মুখত তেওঁলোকৰ অনুসন্ধানৰ ৰিপোৰ্ট বন্ধ খামৰ ভিতৰত আগবঢ়োৱাৰ নিৰ্দেশ দিছিল।

আনহাতে, ২৬ অক্টোবৰ, ২০১৮ চনত ৰঞ্জন গগৈ নেতৃত্বাধীন আদালতে চি বি আইৰ সঞ্চালক আলোক বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বাবে গঠন কৰি দিয়া ১৪ দিনীয়া চি ভি চি তদন্ত সমিতিত ন্যায়াধীশ পাটনায়কক নিয়োগ কৰাৰ সময়ত পাটনায়ক বাতৰিৰ শিৰোনামালৈ আহিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd