• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমেও ৫বছৰ গ্ৰামাঞ্চল বা অনগ্ৰসৰ অঞ্চলত চাকৰি কৰিব লাগিব চিকিৎসকে!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2020 9:33 am
doctors-750x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্নাতকোত্তৰ শ্ৰেণীত কৰ্মৰত চিকিৎসকৰ নামভৰ্তিত সংৰক্ষণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে সোমবাৰে সন্মতি প্ৰদান কৰিছে।

সৰ্বোচ্চ আদালতখনে লগতে প্ৰাৰ্থীসকলক কমেও পাঁচ বছৰ গ্ৰাম্যাঞ্চল, পাহাৰীয়া বা আদিবাসী অঞ্চলত কাম কৰিবলৈ প্ৰেৰণ কৰা উচিত বুলি মন্তব্য কৰিছে।

Apply Now

ইয়াৰ বাবে আদালতে ৰাজ্যসমূহক নিয়মাৱলী প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে কয় যে সংবিধানত কৰ্মৰত চিকিৎসকলৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক বাধা দিয়াৰ কোনো আইন নাই।

চিকিৎসকলৰ সংস্থাসমূহে দাখিল কৰা এলানি আবেদনত সন্মতি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় যে যিহেতু মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই দায়িত্ব ল’ব পৰা নাই, গতিকে সংবিধান অনুসৰি ৰাজ্য চৰকাৰে ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব পাৰে। সেইদৰে দ্বিতীয় তালিকাত প্ৰয়োজন সাপেক্ষে অন্তৰ্ভুক্ত কৰিব পাৰে।

আদালতখনৰ সাংবিধানিক বিচাৰপীঠে জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰসমূহে সংৰক্ষণৰ প্ৰাৰ্থীসকলক এটা চৰ্ত দিয়া উচিত। তেওঁলোকে কমেও পাঁচ বছৰ গ্ৰাম্যাঞ্চল, পাহাৰীয়া বা আদিবাসী অঞ্চলত চিকিৎসা সেৱা আগবঢ়াব লাগিব।

অৱশ্যে, ইতিমধ্যে আৰম্ভ হৈ যোৱা নামভৰ্তিৰ প্ৰক্ৰিয়াত এই ৰায়ৰ কোনো প্ৰভাৱ নপৰে বুলি আদালতে স্পষ্ট কৰি দিছে। পৰৱৰ্তী সময়ত স্নাতনকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিবলগীয়াসকলৰ ক্ষেত্ৰতহে এই ৰায় প্ৰযোজ্য হ’ব।

কেইখনমান ৰাজ্যৰ নিয়মত কোৱা হৈছিল যে অত্যন্ত অনগ্ৰসৰ অঞ্চলত কাম কৰিলে চিকিৎসকসকলক প্ৰতিবছৰৰ বাবে ১০শতাংশলৈকে নম্বৰ ইনছেনটিভ হিচাপে দিয়া হ’ব পাৰে।

চিকিৎসকসকলে উচ্চতম ন্যায়ালয়ত স্নাতকোত্তৰ শ্ৰেণীত চিকিৎসকৰ নামভৰ্তিৰ ক্ষেত্ৰত ইনছেনটিভ নম্বৰৰ সলনি সংৰক্ষণ ব্যৱস্থা বিচাৰি আবেদন জনাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd