• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনী আচৰণ বিধি ভংগ : ৬ মে’ৰ পাছত থমকি ৰ’ব নেকি মোদী-শ্বাহৰ হাই ভল্টেজ প্ৰচাৰ

৬ মে'ৰ ভিতৰত সিদ্ধান্ত লোৱাৰ বাবে নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 3, 2019 12:50 pm

2 min read

Prime-Minister-Narendra-Modi-and-BJP-national-president-Amit-Shah-2-770x433

নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ ফাইল ফটো।

2.1k
VIEWS
Share on FacebookShare on Twitter

প্রধান মন্ত্রী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে কংগ্ৰেছে দাখিল কৰা নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ১১ টা অভিযোগৰ ভিতৰত বাকী থকা ৯ টা অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগক সিদ্ধান্ত লোৱাৰ বাবে বৃহস্পতিবাৰে নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

শিলচৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুস্মিতা দেৱে মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ বাবে অভিযোগ দাখিল কৰিছিল। কংগ্ৰেছৰ জেষ্ঠ অধিবক্তা অভিষেক মানু সিংভিয়ে কয় যে নিৰ্বাচনী আয়োগে এঘাৰটা অভিযোগৰ ভিতৰত মাত্ৰ দুটা অভিযোগ সন্দৰ্ভতহে সিদ্ধান্ত গ্ৰহণ কৰিছে।

নিৰ্বাচনী আয়োগে অলপতে ভাৰতৰ প্ৰধান মন্ত্ৰীক দুটা অভিযোগ সন্দৰ্ভত ক্লীন শ্বিট প্ৰদান কৰিছে।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰীয়ে বিগত মাহত লাথুৰত যুৱ ভোটাৰ সকলক বালাকোট এয়াৰ ষ্ট্ৰাইক আৰু পুলুৱামাত শ্বহীদ হোৱা বীৰ জোৱান সকলৰ নামত ভোট দিবলৈ আহ্বান জনোৱা ভাষণত কোনোধৰণৰ নিৰ্বাচনী আচৰণ বিধি উলংঘা হোৱা নাই বুলি আয়োগে উল্লেখ কৰে।

তদুপৰি, নিৰ্বাচন আয়োগে মোদীয়ে ‘ৱাৰ্ধা’ত দিয়া ভাষণত ৰাহুল গান্ধীয়ে কেৰেলাৰ সংখ্যালঘু প্ৰধান ‘ৱায়ানাড’ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈছে বুলি উল্লেখ কৰা প্ৰসংগতো কোনোধৰণৰ নিৰ্বাচনী আচৰণ বিধি উলংঘা হোৱা নাই বুলি কয়।

নিৰ্বাচনী আয়োগে মোদী আৰু শ্বাহৰ বিৰুদ্ধে কংগ্ৰেছে অনা অভিযোগৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ কৰা কাৰ্য্যই নিৰ্বাচনী ব্যৱস্থাক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া বুলি সুস্মিতা দেৱে অভিযোগ কৰে।

আনহাতে, কংগ্ৰেছৰ অভিযোগ স্বত্বেও বিজেপি নেতাসকলে বিগত চাৰি সপ্তাহ ধৰি নিৰ্বাচন আচৰণ বিধি ভংগ কৰাৰ পাছতো নিৰ্বাচন আয়োগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক্ষোভ ব্যক্ত কৰে দলটোৱে।

ন্যায়াধীশ দীপক গুপ্তা আৰু সঞ্জীৱ খান্নাৰে গঠিত বিচাৰপীঠে ৬ মে’ত বাকী থকা ৯ টা অভিযোগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব।

Tags: নিৰ্বাচন ২০১৯

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd