• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰৰ ভোটাৰ তালিকা পুনৰীক্ষণ গোচৰৰ শুনানিত গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2025 1:32 pm
114
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দানত কয় যে নিৰ্বাচন আয়োগৰ নাগৰিকক অন্তৰ্ভুক্ত কৰাৰ লগতে যিসকল নাগৰিক নহয় তেওঁলোকক নিৰ্বাচনী তালিকাৰ পৰা বাদ দিয়াৰ ক্ষমতা আছে যদিও কেৱল নাগৰিকত্বৰ স্বঘোষনা দাখিল কৰি সম্ভাৱ্য ভোটাৰক নিৰ্বাচনী তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দিয়াত আপত্তি প্ৰকাশ কৰে। ন্যায়াধীশ সূৰ্য কান্ত আৰু জয়মল্য বাগচিৰ এখন বিচাৰপীঠে বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী তালিকা পুনৰীক্ষণক প্ৰত্যাহ্বান জনাই আবেদনৰ শুনানি গ্ৰহণ কৰি এই পৰ্যবেক্ষণ কৰে। আদালতে আৰু কয় যে আধাৰ আইনৰ অধীনত আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, আৰু সংসদে নাগৰিকত্ব আইন প্ৰণয়ন কৰাৰ পিছতহে নিৰ্বাচন আয়োগে অন্তৰ্ভুক্তি বা বৰ্জন কাৰ্যকৰী কৰিব পাৰিব বুলি স্পষ্টভাবে উল্লেখ কৰে।

আবেদনকাৰীসকলৰ হৈ অধিবক্তা প্ৰশান্ত ভূষনে যুক্তি আগবঢ়ায় যে নিৰ্বাচন আয়োগে নাগৰিকত্ব পৰীক্ষণ সংস্থা হিচাপে কাম কৰি নিজৰ অধিকাৰক্ষেত্ৰৰ অপব্যৱহাৰ কৰিছে। তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰে যে ইচিয়ে নিজৰ ৱেবছাইটত ডিজিটেল খচৰা ভোটাৰ তালিকাৰ ঠাইত ৬ আগষ্টৰ পিছত স্কেন কৰা ছবিৰে সলনি কৰি ভুলৰ সন্ধান আৰু বিশ্লেষণ কৰাটো কঠিন হৈ পৰিছে। ভোটাৰ আৰু নাগৰিকৰ সন্ধানযোগ্য নথি-পত্ৰ লাভ কৰাৰ অধিকাৰ আছে বুলি বিচাৰপীঠে সন্মতি প্ৰকাশ কৰে, আৰু তথ্যৰ বাবে মানুহে ৰাজনৈতিক এজেণ্টৰ ওপৰত কিয় নিৰ্ভৰ কৰিবলগীয়া হ’ব লাগে বুলি প্ৰশ্ন উত্থাপন কৰে। বুধবাৰেও শুনানি অব্যাহত থাকিব বুলি সদৰী কৰিছে।

Apply Now

উল্লেখ্য যে ২৪ জুনত নিৰ্বাচন আয়োগে ঘোষণা কৰা বিহাৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে জন্ম তাৰিখৰ ওপৰত ভিত্তি কৰি যোগ্যতাৰ প্ৰমাণ দিব লাগিব: ১৯৮৭ চনৰ ১ জুলাইৰ আগতে জন্ম লোৱাসকলে জন্মৰ তথ্য দেখুৱাব লাগিব; ১৯৮৭ চনৰ ১ জুলাইৰ পৰা ২০০৪ চনৰ ২ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰাসকলে পিতৃ-মাতৃৰ প্ৰমাণ দিব লাগিব; আৰু তাৰ পিছত জন্ম লোৱাসকলে পিতৃ-মাতৃ দুয়োৰে সবিশেষ দিব লাগিব। ১ আগষ্টত প্ৰকাশ পোৱা খচৰা তালিকাত ২৬ জুলাইৰ ভিতৰত দাখিল কৰা প্ৰাৰম্ভিক প্ৰ-পত্ৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে, আৰু ৩০ ছেপ্টেম্বৰ প্ৰকাশৰ পূৰ্বে নাগৰিকত্বৰ চূড়ান্ত পৰীক্ষণৰ প্ৰয়োজন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd