DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

UGC গাইডলাইন ২০২০: মঙলবাৰে চূড়ান্ত পৰীক্ষা সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ ৰায় ঘোষণাৰ সম্ভাৱনা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 24, 2020 1:21 pm
Story-4-1140x570

উচ্চতম না্যায়ালয়। ফাইল ফটো

230
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ মহামাৰীৰ মাজতে চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰা সম্পৰ্কত সকলোবোৰ আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰি শীঘ্ৰেই ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে।

লৰ্বোচ্চ ন্যায়ালয়খনে UGCৰ গাইডলাইন আৰু চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত মঙলবাৰে ৰায় ঘোষণা কৰাৰ সম্ভাৱনা আছে।

যোৱা ১৮ আগষ্টত আদালতখনে কোভিড-১৯ মহামাৰীৰ মাজত পৰীক্ষাসমূহ বাতিল কৰাৰ দাবীৰে একাংশ শিক্ষাৰ্থীয়ে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিছে।

অসম, বিহাৰ,উত্তৰ প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন স্থানৰ ৩১গৰাকী শিক্ষাৰ্থীৰ এটা দলে পৰীক্ষা বাতিলৰ বাবে আদালতখনত এখন আবেদন দাখিল কৰিছিল।

শিক্ষাৰ্থীসকলে বৰ্তমান উচ্চতম ন্যায়ালয় নিৰ্দেশৰ অপেক্ষাত আছে আৰু তেওঁলোকৰ সপক্ষে ৰায়দান হ’ব বুলি আশাবাদী হৈ আছে।

UGC ৰ গাইডলাইন ঘোষণা কৰাৰে পৰা শিক্ষাৰ্থীসকলে কলেজ আৰু বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ কৰি আহিছে।

শিক্ষাৰ্থীসকলে কোভিড-১৯ মহামাৰীৰ মাজত পৰীক্ষাসমূহ বাতিল কৰাৰ বাবে একগোট হৈ দাবী জনাই আহিছে।

শিক্ষাৰ্থীসকলৰ যুক্তি হ’ল যে ভাৰতত প্ৰতিদিনে কোভিড-১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকালৈ চাই বৰ্তমান পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰাটো সুৰক্ষিত নহয়।

শিক্ষাৰ্থীসকলে দাবী কৰে যে চূড়ান্ত পৰীক্ষাসমূহ বাতিল কৰা উচিত আৰু শিক্ষাৰ্থীসকলক আভ্যন্তৰীণ মৃল্যায়নৰ ভিত্তিত উত্তীৰ্ণ কৰাই দিয়া উচিত।

ইয়াৰ মাজতে দিল্লী আৰু মহাৰাষ্ট্ৰ চৰকাৰে ঘোষণা কৰিছে যে মহামাৰীৰ মাজত চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাটো সম্ভৱ নহয় আৰু সকলোকে উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু, UGC য়ে হস্তক্ষেপ কৰি দাবীকৰে যে গাইডলাইনসমূহ ভাৰতৰ সকলো বিশ্ববিদ্যালয়ৰ বাবে প্ৰযোজ্য আৰু কোনো ৰাজ্যৰ বাবে বিশেষ সুবিধা থাকিব নোৱাৰে।

UGC ৰ গাইডলাইনত প্ৰকাশ কৰা হৈছে যে চূড়ান্ত পৰীক্ষাসমূহ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে বাধ্যতামূলক।

UGC য়ে লগতে উল্লেখ কৰিছিল যে পৰীক্ষাসমূহ অনলাইন, অফলাইন বা দুয়োটাৰ সংমিশ্ৰনত অনুষ্ঠিত কৰা হ’ব পাৰে।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd