• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

প্রাক্তন মুখ্য ন্যায়াধীশ মিট্টলৰ নেতৃত্বত গঠিত কমিটীয়ে যোৱা ৪ জুলাইত ২৫ জনৰ অস্বাভাৱিক বা ৰহস্যজনক মৃত্যুৰ সন্দর্ভত মণিপুৰ চৰকাৰৰ পৰা বিভিন্ন তথ্য বিচাৰিছিল৷ শ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 17, 2026 7:02 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অশান্ত মণিপুৰৰ বিভিন্ন সাহায্য শিবিৰত অস্বাভাৱিক মৃত্যু আৰু যৌন নিৰ্যাতনৰ অভিযোগত তাত থকা প্ৰশাসনৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে উচ্চতম ন্যায়ালয়। মণিপুৰ চৰকাৰক তীব্ৰ ভৎর্সনা কৰি উচ্চতম ন্যায়ালয়ে ২৫ জনৰ ৰহস্যজনক মৃত্যুৰ সবিশেষ প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিছে। একে সময়তে মৃতকৰ মৰণোত্তৰ পৰীক্ষা আৰু মৃত্যুৰ কাৰণ অৱগত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠে ২০২৩ চনত মণিপুৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা একাধিক গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে।

মণিপুৰৰ গোষ্ঠীগত হিংসা সন্দৰ্ভত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গীতা মিট্টলৰ নেতৃত্বত গঠিত এখন সমিতিৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। সাহায্য শিবিৰত আশ্ৰয় লোৱা লোকসকলৰ সুৰক্ষা আৰু মৰ্যাদাৰ সন্দৰ্ভত প্ৰতিবেদনত প্ৰকাশ পোৱা উদ্বেগক লৈ ন্যায়াধীশ সূৰ্য্য কান্তে গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

Apply Now

প্রাক্তন মুখ্য ন্যায়াধীশ মিট্টলৰ নেতৃত্বত গঠিত কমিটীয়ে যোৱা ৪ জুলাইত ২৫ জনৰ অস্বাভাৱিক বা ৰহস্যজনক মৃত্যুৰ সন্দর্ভত মণিপুৰ চৰকাৰৰ পৰা বিভিন্ন তথ্য বিচাৰিছিল৷ শুনানিৰ সময়ত সেইবোৰ তথ্যকলৈও মণিপুৰৰ মহাধিবক্তাকো জেৰা কৰা হয়।

মুখ্য ন্যায়াধীশগৰাকীয়ে মহাধিবক্তাক কয় যে, “মুখ্য সচিবক কওক যে আদালতক যাতে কোনো কঠোৰ নিৰ্দেশ দিবলৈ বাধ্য নকৰে।”

সূত্ৰ অনুসৰি প্ৰাক্তন ন্যায়াধীশ মিট্টলৰ নেতৃত্বত গঠিত কমিটীয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাত ৬৪০ জন লোকৰ মৃত্যু হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে সেই সকলোবোৰ মৃত্যু মণিপুৰৰ আঠখন জিলাৰ সাহায্য শিবিৰত সংঘটিত হৈছে। কিন্তু তাৰ ভিতৰত মাত্ৰ ২০ জনৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল। অথচ প্ৰতিটো গোচৰতে অপৰাধমূলক গোচৰ ৰুজু হৈছিল।

আজি মুখ্য ন্যায়াধীশৰ নেতৃত্বৰ বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে যে কিয় মাত্ৰ ২০ জন লোকৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ল। কিয় মৃতকৰ প্ৰতিটো পৰিয়ালৰ আৰ্থিক সাহায্যৰ পৰিমাণ মাত্ৰ ২০ হাজাৰৰ পৰা ৩০ হাজাৰ টকা?

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

ভাৰতৰ ‘বছ’ আদানী-আম্বানীয়েই! ষ্টাৰলিংকৰ অনুজ্ঞাপত্ৰৰ বিতৰ্কত মাস্কৰ ‘কাষত’ ৰাহুল

October 9, 2026 11:37 am
মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

মেঘালয়ত অন্তৰ্ধান ১৩ লাখ মেট্ৰিক টন কয়লা! উচ্চ ন্যায়ালয়ৰ সমিতিৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য ফাদিল

October 9, 2026 10:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd