• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Supreme Court: স্পৰ্শ নকৰিলেও POCSO আইনত গ্ৰহণযোগ্য যৌন নিৰ্যাতনৰ অভিযোগ; জনালে উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 4:03 pm
images-2-5-518x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Supreme Court যৌন নিৰ্যাতনৰ ক্ষেত্ৰত শৰীৰ স্পৰ্শ নকৰিলেও সেয়া পকছো (POCSO) আইনৰ আওতাত পৰিব। উচ্চতম ন্যায়ালয়ে এইকথা স্পষ্ট কৰি দিছে।

বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা ৰায় দিছিল যে ছালৰ সৈতে ছালৰ স্পৰ্শ নহ’লে সেয়া পকছো আইনৰ আওতাত নপৰে। বোম্বে উচ্চ ন্যায়ালয়ৰ সেই ৰায়ৰ সন্দৰ্ভতে এইবাৰ কঠোৰ মত প্ৰকাশ কৰিলে উচ্চতম ন্যায়ালয়ে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশ ইউ ইউ ললিত, এছ ৰবীন্দ্ৰ ভাট আৰু বেলা ত্ৰিবেদীৰ বিচাৰপীঠে মন্তব্য কৰি কয়,’’দেহৰ ছালৰ সৈতে ছালৰ স্পৰ্শ ইত্যাদি কথাৰে গুৰুত্বপূৰ্ণ এখন আইনৰ কাৰ্যকৰিতাক ক্ষুদ্ৰ কৰি তোলা হৈছে। শিশুসকলক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা পকছো আইন মষিমূৰ কৰা হৈছে।‘’

উল্লেখ্য যে বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ ন্যায়াধীশ পুষ্পা গানেদিৱালাৰ দুটা ৰায়ক লৈ শেহতীয়াকৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।

Also Read: জ্যেষ্ঠ সাংবাদিক, আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

ইয়াৰে এটা ৰায়ত তেওঁ কৈছিল যে পোছাকৰ ওপৰেৰে শৰীৰত হাত দিলে সেয়া পকছো আইনৰ আওতাত যৌন নিৰ্যাতন বুলি ধৰা নহ’ব। যৌন নিৰ্যাতনৰ অভিপ্ৰায়েৰে ছালৰ সৈতে ছালৰ সংস্পৰ্শ হ’লেহে তাক যৌন নিৰ্যাতন বুলি ধৰা হ’ব।

সেইদৰে, আন এক গোচৰৰ ৰায়ত তেওঁ কৈছিল যে কোনো নাবালিকাৰ হাতত ধৰা বা পেন্টৰ চেইনখোলা পকছো আইনত যৌন নিৰ্যাতন নহয়।

যোৱা ২৭ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এই ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল। বোম্বে উচ্চ ন্যায়ালয়ৰ বিতৰ্কিত ৰায়ক লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশে কঠোৰ মন্তব্য কৰে।

তেওঁলোকে কয়, ‘’ যৌন নিৰ্যাতনৰ অভিপ্ৰায়েৰে পোছাক বা আন ধৰণে শৰীৰ স্পৰ্শ কৰাৰ সম্পৰ্কত পকছো আইনত স্পষ্ট কৰা আছে। যিটো সহজভাৱে কোৱা আছে বোম্বে উচ্চ ন্যায়ালয়ে সেই বিষয়ে অস্পষ্ট মন্তব্য কৰিব নোৱাৰে। সংকীৰ্ণ মন্তব্যৰ ফলত এই আইনৰ উদ্দেশ্য ব্যৰ্থ হ’ব।‘’

Also Read: শ্ৰীনগৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা জম্মু-কাশ্মীৰ প্ৰশাসনৰ

উল্লেখ্য যে যোৱা ১২ জানুৱাৰীত বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে দিয়া ৰায়ৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল এটৰ্ণি জেনেৰেল কে কে বেনুগোপাল, ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু মহাৰাষ্ট্ৰ ৰাজ্যই।

বৃহস্পতিবাৰে এই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশে বিষয়টো সন্দৰ্ভত এইদৰে কঠোৰ মত প্ৰকাশ কৰে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd