• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শ্ৰীনগৰ এনকাউণ্টাৰৰ তদন্ত ঘোষণা জম্মু-কাশ্মীৰ প্ৰশাসনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 3:46 pm
J&K Orders Probe Into Srinagar Encounter
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু আৰু কাশ্মীৰ প্ৰশাসনে শ্ৰীনগৰৰ হাইদৰপোৰাত দুজন ব্যৱসায়ী নিহত হোৱা আৰক্ষীৰ এক বিতৰ্কিত এনকাউণ্টাৰৰ দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিছে। এজন অতিৰিক্ত জিলা দণ্ডাধীশে বিতৰ্কিত আৰক্ষী অভিযানটোৰ তদন্ত কৰিব।

“আমি পৰিয়ালবোৰৰ দাবীবোৰ চোৱা-চিতা কৰিম। যদি কিবা ভুল হৈছে তেন্তে আমি সংশোধন কৰিবলৈ চেষ্টা কৰিম। আৰক্ষীৰ তদন্তত কি ভুল হৈছে সেয়াও জানিব পৰা যাব।” জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে সংবাদ মাধ্যমৰ আগত কয়।

“হাইদৰপোৰা এনকাউণ্টাৰত কি ঘটিছিল আমি বিচাৰি উলিয়াম। আমি মানুহৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰু তদন্তৰ পৰা আঁতৰি নাযাম।” সিঙে লগতে কয়।

Apply Now

জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ে এক টুইটৰ যোগে কয় যে কোনো যাতে অন্যায় নহয়, তাৰ নিশ্চয়তা প্ৰদান কৰা হ’ব।

“হাইদৰপোৰা এনকাউণ্টাৰত ADM পদবীৰ বিষয়াৰ দ্বাৰা দণ্ডাধীশ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। সময়সীমাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ লগে লগে চৰকাৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। জম্মু-কাশ্মীৰ প্ৰশাসনে নিৰীহ নাগৰিকসকলৰ জীৱন সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰে আৰু ই নিশ্চিত কৰিব যে কোনো অন্যায় নহয়।” উপ ৰাজ্যপালৰ কাৰ্যালয়ে টুইট কৰে।

 

A magisterial inquiry by officer of ADM rank has been ordered in Hyderpora encounter.Govt will take suitable action as soon as report is submitted in a time-bound manner.JK admin reiterates commitment of protecting lives of innocent civilians&it will ensure there is no injustice.

— Office of LG J&K (@OfficeOfLGJandK) November 18, 2021

উল্লেখ্য যে, সোমবাৰে হাইদৰপোৰাত এক বিতৰ্কিত সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ সময়ত ব্যৱসায়ী আলতাফ ভাট আৰু দন্ত শল্য চিকিৎসক মুদাছিৰ গুল নিহত হয়। আৰক্ষীয়ে প্ৰথমতে দাবী কৰিছিল যে তেওঁলোকক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল, কিন্তু পিছত কৈছিল যে তেওঁলোক ক্ৰছফায়াৰত নিহত হ’ব পাৰে। আৰক্ষীয়ে দুয়োজন লোক সন্ত্ৰাসবাদী সহযোগী আছিল বুলি অভিযোগ কৰিছিল।

কিন্তু এই অভিযোগটোৱে নিহত ব্যক্তি দুজনৰ পৰিয়ালৰ লগতে একাংশ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তেওঁলোকে এই অভিযোগ খণ্ডন কৰিছিল আৰু ভাট আৰু গুলক নিৰ্দোষী বুলি দাবী কৰি ন্যায়ৰ দাবী কৰিছিল।

তেওঁলোকে অভিযোগ কৰিছে যে আলতাফ ভাট আৰু মুদাছিৰ গুলক আমিৰ মাগ্ৰেৰ দৰেই ভুৱা অভিযোগত শীতল মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। উল্লেখ্য যে, মাগ্ৰেক আৰক্ষীয়ে ‘হাইব্ৰিড সন্ত্ৰাসবাদী’ বুলি অভিহিত কৰিছিল আৰু এক এনকাউণ্টাৰত তেওঁ নিহত হৈছিল।

আমিৰ মাগ্ৰেৰ পিতৃ আব্দুল লাটিফ মাগ্ৰেয়ে অভিযোগ কৰিছে যে তেওঁৰ পুত্ৰক এক ভুৱা এনকাউণ্টাৰত হত্যা কৰা হৈছিল।

আব্দুল লাটিফ মাগ্ৰেক ৰাজহুৱাভাৱে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তীব্ৰ ভাৱে সৰৱ হোৱা ব্যক্তি হিচাপে জনা যায়। তেওঁ ৰামবান জিলাৰ এখন দূৰৱৰ্তী গাঁৱত বাস কৰে। তেওঁ ২০০৫ চনত এজন সন্ত্ৰাসবাদীক শিলেৰে হত্যা কৰাৰ পিছত শিৰোনাম দখল কৰিছিল আৰু ভাৰতীয় সেনাৰ প্ৰশংসাপত্ৰ লাভ কৰিছিল।

তাৰ পিছতো মাগ্ৰেক সন্ত্ৰাসবাদীৰ সৈতে জড়িত বুলি অভিযোগ কৰাটো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am
প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

প্ৰষ্টেট বৃদ্ধি মানেই কেন্সাৰ নহয়! কিন্তু বিপিএইচৰ এই ৫টা লক্ষণ আওকাণ কৰিলে বিপদ নিশ্চিত

October 28, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd