• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 22, 2025 11:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়াবুলছ হাউছিং ফাইনেন্সৰ বিৰুদ্ধে উত্থাপিত ধন আত্মসাৎৰ অভিযোগ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ সময়ত চিবিআইৰ অনুপস্থিতিৰ বাবে কঠোৰ ভাষাৰে ভৎৰ্সনা কৰে দেশৰ শীৰ্ষ আদালতে। পূৰ্বে জাননী প্ৰেৰণ কৰাৰ পিছতো কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চিবিআই আদালতত হাজিৰ নোহোৱা দেখি ন্যায়াধীশসকলৰ বিচাৰপীঠ বিস্মিত আৰু বিৰক্ত হৈ পৰে।

‘জাননী পঠোৱাৰ পিছতো যদি নাহে, তেন্তে আদালতত হাজিৰ নহয় বুলি তেওঁলোকে কেনেকৈ ক’ব পাৰে?’ একেবাৰে বিস্ময় প্ৰকাশ কৰি আদালতে মন্তব্য কৰে।

Apply Now

জানিব পৰা মতে, দিল্লী উচ্চ ন্যায়ালয়ত যি গোচৰটোত আদালতৰ নিৰ্দেশত তদন্তৰ আবেদন নাকচ কৰা হৈছিল, সেই নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। এই গোচৰৰ মূল বিষয় হৈছে ইণ্ডিয়াবুলছ হাউছিং ফাইনেন্স লিমিটেড (বৰ্তমান ‘সম্মান কেপিটেল লিমিটেড’ নামেৰে পৰিচিত)ৰ প্ৰমোটাৰৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ।

আবেদনকাৰীৰ অধিবক্তা প্ৰশান্ত ভূষণে আদালতত কয় যে বলবৎকাৰী সঞ্চালকালয়ে যিহেতু পূৰ্বৰ কোনো অপৰাধৰ ভিত্তিত গোচৰ ৰুজু কৰিব নোৱাৰে গতিকে তদন্ত আগবঢ়াব নোৱাৰে। সেয়ে চিবিআইক পোনপটীয়াকৈ গোচৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

এই গোচৰত ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত থকা বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰিছে যে এনে অভিযোগে যথেষ্ট গুৰুত্ব দাবী কৰে৷ এনে ক্ষেত্ৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে বিষয়টোৰ ওপৰত নিৰপেক্ষ তদন্ত কৰি আদালতত প্ৰতিবেদন দাখিল কৰা উচিত আছিল।

বিচাৰপীঠে কয়, ‘অভিযোগ গুৰুতৰ। কেন্দ্ৰীয় সংস্থাসমূহে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব লাগিছিল। আৰু যিহেতু জাননী পঠিওৱা হৈছিল, তেন্তে CBI আদালতলৈ কিয় নাহিল? সাহসকনো নাই?’

এই পৰ্যায়ত অতিৰিক্ত ছলিচিটৰ জেনেৰেলে আদালতৰ পৰা এসপ্তাহৰ সময় বিচাৰে যাতে তেওঁ চিবিআইৰ পৰা নিৰ্দেশনা ল’ব পাৰে। আদালতে আবেদন মঞ্জুৰ কৰিলে যদিও স্পষ্ট কৰি দিলে যে চিবিআইক নিজৰ কাম কৰিবলৈ কোনো‘আনুষ্ঠানিক অভিযোগকাৰী’ৰ প্ৰয়োজন নাই। তেওঁলোকৰ হাতত তথ্য আৰু প্ৰমাণ থাকিলেই যথেষ্ট। বিচাৰপীঠে কয়, ‘আৰু কি তথ্যৰ প্ৰয়োজন? তেওঁলোকৰ হাতত সকলো ৰেকৰ্ড আগৰে পৰা আছে।’

ইণ্ডিয়াবুলছৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে যুক্তি দাঙি ধৰি  কয় যে ইণ্ডিয়াবুলছে বহু বছৰ ধৰি কাম কৰি আহিছে আৰু ইয়াৰ বিৰুদ্ধে কেতিয়াও কোনো অভিযোগ উত্থাপন হোৱা নাই। এই গোচৰৰ পৰৱৰ্তী শুনানি ৩০ জুলাইত অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd