• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Supreme Court to Farmers উচ্চতম ন্যায়ালয়ে ক’লে ‘কৃষকৰ প্ৰতিবাদৰ অধিকাৰ আছে কিন্তু পথ বন্ধ কৰি নহয়’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 3:41 pm
1945233590464c57cf3dd6e6238a45da
195
VIEWS
Share on FacebookShare on Twitter

Supreme Court on Farmers Movement কৃষকসকলে প্ৰতিবাদ কৰাৰ অধিকাৰ আছে কিন্তু অনিৰ্দিষ্টকালীন পথ বন্ধ কৰি ৰাখিব নোৱাৰিব। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এইকথা স্পষ্ট কৰি দিয়ে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ কে ছওল আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰৰ বিচাৰপীঠে কৃষক আন্দোলনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে।

বিচাৰপীঠখনে জানিবলৈ দিয়ে যে কৃষকসকলে আন্দোলন কৰিব পাৰে আৰু যিকোনো ঘৰণৰ আন্দোলনৰ অধিকাৰ কাঢ়ি ল’ব নোৱাৰি। কিন্তু অনিৰ্দিষ্টকালীন পথ আৱদ্ধ কৰি ৰাখিব নোৱাৰি। সাধাৰণ নাগৰিকৰ পথত চলাচ কৰাৰ অধিকাৰ আছে।

আদালতে লগতে জনায় যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে যেতিয়া গোচৰৰ নিষ্পত্তি হ’বই। গোচৰ চলি থকা সময়ত আন্দোলন চলিব পাৰে। কিন্তু পথ বন্ধ কৰিব নোৱাৰিব।  

উল্লেখ্য যে কৃষক আন্দোলনৰ ফলত পথ বন্ধ হৈ পৰাক লৈ নয়ডাৰ এগৰাকী বাসিন্দা মনিকা আগৰৱাল উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁ এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল।

উক্ত গোচৰৰ শুনানিৰ সময়তে কৃষকসকলৰ সংগঠন সংযুক্ত কিষান মৰ্চাৰ পৰা আদালতে উত্তৰ বিচাৰিছিল।       

সংযুক্ত কিষান মৰ্চাই আদালতক জনাইছিল যে পথৰ বাহন নিয়ন্ত্ৰণৰ দায়িত্ব আৰক্ষীৰ। তেওঁলোকে সেয়া কৰিব নোৱাৰিলে কৃষকসকলক ৰামলীলা ময়দান বা যন্তৰ-মন্তৰত আন্দোলন কৰিবলৈ দিয়ক।

অহা ৭ ডিচেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।  

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd