• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা সম্পৰ্কত উচ্চতম ন্যায়ালয়: পৰীক্ষা নোলোৱাকৈ দিব নোৱাৰিব ডিগ্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 11:56 am
Supreme-Court-1024x512
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছেমিষ্টাৰ পৰীক্ষাসমূহ বাতিল কৰাৰ আবেদন জনাই উচ্চতম ন্যায়ালয় এলানি গোচৰ তৰা হৈছিল। আজি সৰ্বোচ্চ আদালতখনে এই সন্দৰ্ভত ৰায়দান কৰে।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে পৰীক্ষা নোলোৱাকৈ ডিগ্ৰী প্ৰদান কৰিব নোৱাৰিব।

Apply Now

আনহাতে, ৰাজ্যসমূহে প্ৰয়োজন অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি)ৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় বৃদ্ধিৰ বাবে আবেদন কৰিব পাৰিব।

যোৱা ৬জুলাইত এক নিৰ্দেশনাযোগে ইউ জি চিয়ে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত দেশৰ সকলো বিশ্ববিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ কৈছিল।

উক্ত নিৰ্দশনাটোৰ বৈধতাৰ বিষয়ে শুকুৰবাৰে পুৱা ১০-৩০বজাত ন্যায়াধীশ অশোক ভূষণকলৈ গঠিত তিনিজনীয়া বিচাৰপীঠে ৰায়দান কৰে।

বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব। অৱশ্যে সেয়া ৩০ ছেপ্টেম্বৰৰ ভিতৰত নকৰিলেও হ’ব।

বিচাৰপীঠখনে ইয়াৰ বাবে বিশ্ববিদ্যালয়সমূহে ইউ জি চিৰ ওচৰত আবেদন কৰিব পাৰিব বুলি জনায়।

উল্লেখ্য যে কোভিড-১৯ মহামাৰীৰ পৰিস্থিতিত পৰীক্ষা বাতিলৰ আহ্বান জনাই উচ্চতম ন্যায়ালয় দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ৩১গৰাকী শিক্ষাৰ্থীয়ে আবেদন দাখিল কৰিছিল।

তেওঁলোকে আবেদন জনাইছিল যে আভ্যন্তৰীণ মূল্যায়ন বা পূৰ্বৰ ফলাফলৰ ভিত্তিত শিক্ষাৰ্থীসকলক নম্বৰ হিচাপ কৰি মাৰ্কশ্বীট প্ৰদান কৰা হওক।

শিক্ষাৰ্থীসকলৰ উপৰি ইউজিচিৰ নিৰ্দেশনাৰ বিৰুদ্ধে পশ্চিমবংগ, দিল্লী, মহাৰাষ্ট্ৰ, উৰিষ্যা, পঞ্জাৱকে ধৰি কেইবাখনো ৰাজ্যই আপত্তি দৰ্শাইছিল।

আনহাতে, পৰীক্ষা পতাৰ ক্ষেত্ৰত প্ৰথমৰে পৰাই দৃঢ় আছিল বিশ্ববিদ্যালয় অনুদান আয়োগ। যোৱা ১০ আগষ্টৰ শুনানিৰ সময়ত ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই স্পষ্ট কৰি দিছিল যে পৰীক্ষাৰ কাৰণে শিক্ষাৰ্থীসকলে প্ৰস্তুতি চলাই যাব লাগিব। যদি পৰীক্ষা নহয়, তেতিয়াহ’লে ডিগ্ৰী প্ৰদান কৰা নহয় আৰু সেইটোৱে আইন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd