• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নগদ ধন বিলোৱা চৰকাৰী আঁচনিৰ বিৰুদ্ধে সৰৱ উচ্চতম ন্যায়ালয়! ক’লে – মানুহ অকৰ্মণ্য হৈ পৰিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2025 9:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী নগদ ধন হস্তান্তৰ আঁচনিৰ সন্দৰ্ভত পুনৰ মুখ খুলিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ভাষাত এনে প্ৰকল্প বিপদজনক। ঘৰত বহি কোনো কষ্ট নকৰাকৈ নগদ ধন পালে মানুহ আচৰিত হ’ব৷

বুধবাৰে ন্যায়াধীশ বিআৰ গাভাই আৰু এজি মাছিহাৰ বিচাৰপীঠে কয় যে মানুহে কাম কৰিব বিচাৰে। ঘৰত বহি খাবলৈ কাৰো মন নাযায়। কিন্তু দেশত পৰ্যাপ্ত কাম নাই। সেয়ে গাঁৱৰ মানুহবোৰ কামৰ সন্ধানত চহৰলৈ আহিবলৈ বাধ্য হ’ল।

Apply Now

লিংগ নিৰ্বিশেষে নিবনুৱাৰ ভাট্টা প্ৰদানৰ আঁচনি কম বেছি পৰিমাণে সকলো ৰাজ্যতে প্ৰৱৰ্তন কৰা হৈছে। মধ্যপ্ৰদেশত লাডলী বহুনা আঁচনি প্ৰৱৰ্তন কৰি বিজেপি চৰকাৰে জয়লাভ কৰিছে। মধ্যপ্ৰদেশৰ আদৰ্শ অনুসৰণ কৰি মহাৰাষ্ট্ৰৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে সদ্য অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ লাডলী বাহেনা আঁচনি মুকলি কৰি মহিলাৰ ভোট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পশ্চিম বংগৰ লক্ষ্মী ভাণ্ডাৰৰ আৰ্হিত কৰ্ণাটক চৰকাৰে আৰম্ভ কৰিছে ভাগ্য লক্ষ্মী আঁচনি, মাহৰ শেষত মহিলাক নগদ ধন প্ৰদান।অসমটো অৰুণোদয় আঁচনিৰ নামত দিয়া হৈছে ধন।

ইয়াৰ পূৰ্বেও এই ৰাষ্ট্ৰীয় আঁচনিৰ বিৰুদ্ধে মাত মাতিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে ধন খৰচ কৰাৰ বিৰোধী। প্ৰধানমন্ত্ৰীয়ে নিজেই মাত মাতিছে ‘ৰেবৰী সংস্কৃতি’ৰ বিৰুদ্ধে। ৰেবৰী হৈছে এক প্ৰকাৰৰ উত্তৰ ভাৰতীয় মিঠাই যিটো অতিথিক পৰিবেশন কৰা হয়।

অৱশ্যে বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহেও একে পথেই আগবাঢ়িছে। তাত প্ৰধানমন্ত্ৰীয়ে যে কেতিয়াও আপত্তি কৰিছিল সেয়া জনা নাযায়।

ন্যায়াধীশ গাভাইয়ে কয় যে, মই এটা কৃষক পৰিয়ালৰ ল’ৰা। শুনিছোঁ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পিছত তাত কৃষি শ্ৰমিক পোৱা নাযায়। তেওঁৰ প্ৰশ্ন, ঘৰত বহি নগদ ধন আৰু ৰেচন বিনামূলীয়াকৈ পাব পাৰিলে মানুহে কিয় কাম কৰিব?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd