• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAA ৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনৰ শুনানি অহা ১৯ মাৰ্চত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 15, 2024 1:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইন (CAA), ২০১৯ ৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদনৰ শুনানি অহা ১৯ মাৰ্চত অনুষ্ঠিত হ’ব। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়। 

জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে বিষয়টো উল্লেখ কৰাৰ পাছত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে অহা সপ্তাহত বিষয়টো তালিকাভুক্ত কৰা হ’ব। আজি আই ইউ এম এলৰ হৈ আদালতত হাজিৰ হৈছিল কপিল ছিবাল।

তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ২০১৯ চনত গৃহীত হোৱা CAA আইনখন নিৰ্বাচনৰ ঠিক আগতে কিয় অৱগত কৰা হৈছে। ছিবালে কয় যে নাগৰিকত্ব এবাৰ লাভ কৰিলে আইনৰ অধীনত ইয়াক সলনি কৰিব নোৱাৰি। গতিকে তেওঁ অন্তৱৰ্তীকালীন শুনানিৰ বাবে আবেদন জনায়।

Apply Now

লগতে পঢ়কঃ নিৰ্বাচনী বণ্ডৰ সম্পূৰ্ণ তথ্য দিয়া হোৱা নাই! SBIক জাননী ক্ষুব্ধ উচ্চতম ন্যায়ালয়ৰ

চৰকাৰী পক্ষই অহা শুকুৰবাৰে শুনানি অনুষ্ঠিত হোৱাটো বিচাৰিছিল। ছলিচিটৰ জেনেৰেলে লগতে কয় যে চৰকাৰে কাক নাগৰিকত্ব প্ৰদান কৰে সেই কথা কোৱাৰ কোনো অধিকাৰ আবেদনকাৰীৰ নাই।

মুখ্য ন্যায়াধীশগৰাকীয়ে অহা মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব বুলি কয়। দাখিল কৰা ২৩৭খন আবেদনৰ সকলোবোৰ একেলগে তালিকাভুক্ত কৰা হ’ব। মুখ্য ন্যায়াধীশে একেবোৰ কথাৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে আটাইকেইজন অধিবক্তা লগ হৈ একেলগে গোচৰটো যুঁজাৰ বাবে আহ্বান জনায়।

২০১৯ চনৰ পৰা ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা অমুছলমান শৰণাৰ্থীক দ্ৰুত নাগৰিকত্ব প্ৰদানৰ বাবে CAAৰ বিভিন্ন ধাৰাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ২০১৯ চনৰ পৰা দাখিল কৰা ২০০ৰো অধিক আবেদন  হৈছে। অসমৰ পৰা আছুৱেও কা-ৰ বিৰুদ্ধ শীৰ্ষ আদালতত আবেদন জনাইছে।

লগতে পঢ়কঃ মহানগৰীত ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহঃ গ্ৰেপ্তাৰ লিভ ইন সংগীক

২০১৯ চনৰ ডিচেম্বৰ মাহত যদিও সংসদে CAA গৃহীত কৰিছিল, কিন্তু সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে নিয়ম জাৰি কৰিছিল।এই আইনখনৰ অধিসূচনাই বিৰোধী নেতাসকলৰ সমালোচনাৰ সন্মুখীন হৈছে। তেওঁলোকে দাবী কৰিছে যে অধিসূচনা জাৰি কৰা নিয়মসমূহ অসাংবিধানিক, বৈষম্যমূলক আৰু সংবিধানত সন্নিৱিষ্ট নাগৰিকত্বৰ “ধৰ্মনিৰপেক্ষ নীতিৰ” উলংঘা কৰা হৈছে।

কেন্দ্ৰই অৱশ্যে কয় যে CAA ৰ উদ্দেশ্য হৈছে নাগৰিকত্ব প্ৰদান আৰু দেশৰ কোনো নাগৰিকেই নাগৰিকত্ব নেহেৰুৱায়।

লগতে পঢ়কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতাৰ বিৰুদ্ধে নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগ!

বৃহস্পতিবাৰে এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ‘কা’ কেতিয়াও প্ৰত্যাহাৰ কৰা নহ’ব আৰু বিজেপি নেতৃত্বাধীন চৰকাৰে এই সন্দৰ্ভত কেতিয়াও আপোচ নকৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd