DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি CAA-ৰ শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ দিয়াৰ আশা অসমৰ লগতে সমগ্ৰ দেশৰ প্ৰতিবাদকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2020 10:26 am
SC not expressing any view if "access to Internet'' a fundamental right

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ফাইল ছবি।

24.5k
VIEWS
Share on FacebookShare on Twitter

আজি CAA-ৰ গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ দিয়াৰ আশা কৰিছে অসমৰ লগতে সমগ্ৰ দেশৰ প্ৰতিবাদকাৰীয়ে

আজি উচ্চতম ন্যায়ালয়ত CAA-ৰ পক্ষে আৰু বিপক্ষে দিয়া মুঠ ১৪৪খন আৱেদনৰ শুনানি ল’ব তিনিজনীয়া ন্যায়াধীশৰ এখন বিচাৰপীঠে।

এই আবেদনবোৰৰ দেশৰ বিভিন্ন অংশৰ ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ পৰা আদি কৰি বিভিন্ন ব্যক্তিয়েও দাখিল কৰিছে।

যোৱা ১৮ ডিচেম্বৰত হোৱা এই সম্পৰ্কীয় আৱেদনবোৰৰ প্ৰথমটো শুনানিত শীৰ্ষতম আদালতখনে আইনখনত স্থগনাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল এই বুলি যে আইনখন এতিয়াও বলৱৎ কৰা হোৱা নাই।

কিন্তু তাৰ পিছতে যোৱা ১০ জানুৱাৰিত কেন্দ্ৰীয় চৰকাৰে আইনখন বলৱৎ কৰে।

লগতে পঢ়ক নাগৰিকত্ব (সংশোধন) আইনৰ গোচৰৰ প্ৰথমটো শুনানি উচ্চতম ন্যায়ালয়ত; স্থগনাদেশ নিদিলে; কেন্দ্ৰীয় চৰকাৰলৈ জাননী

মুখ্য ন্যায়াধীশ এছ এ ববডে নেতৃত্ব দিয়া বিচাৰপীঠখনত ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাও আছে।

আইনখনৰ বিৰুদ্ধে যুঁজ দি থকা অসমৰ লগতে সমগ্ৰ দেশৰ প্ৰতিবাদকাৰীয়ে আইনখনৰ বলৱৎকৰণ ৰদ কৰাটো আশা কৰি আছে আৰু আজিৰ শুনানিৰ ফলফালে আন্দোলনৰ পৰৱৰ্তী ৰেহৰূপ নিৰ্ণয় কৰিব বুলি কোৱা হৈছে।

বিতৰ্কিত আইনখনৰ বিৰুদ্ধে কেৰালা চৰকাৰেও উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে আৰু একেই পথ ল’বলৈ পাঞ্জাব আৰু পশ্চিম বংগও সাজু হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে শেহতীয়াকৈ অমিত শ্বাহে মন্তব্য কৰিছে যে যিমানেই আন্দোলন নকৰক আইনখনৰ কোনো সালসলনি কৰা নহয়।

“আন্দোলন হওক বা নহওক, এইটো স্পষ্ট কৰি দিওঁ যে নাগৰিকত্ব সংশোধন আইনখন কোনো কাৰণতে প্ৰত্যাহাৰ কৰা নহয়”, অমিত শ্বাহে কয়।

Recent News

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

শ্ৰেণী কোঠাৰ সলনি যুদ্ধক্ষেত্ৰৰ বাংকাৰৰ পৰাই ছাত্ৰী-ছাত্ৰীৰ বাবে অনলাইন ক্লাছ কৰিছে এগৰাকী ’অধ্যাপক সেনাই’!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd