• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শচীনে নিজৰ ১০০তম শতক সম্পূৰ্ণ কৰি তেওঁক কি কৈছিল? জনালে সুৰেশ ৰাইনাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 5, 2021 8:20 am

1 min read

baa2ab5d0eee23b3891e1d80032ee8efb259fba40d90cbd7430820569f454549
195
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ আন্তৰ্জাতিক ক্ৰিকেট কেৰিয়াৰত সুৰেশ ৰাইনাই প্ৰায় সাত বছৰ একেলগে শচীন তেণ্ডুলকাৰৰ সৈতে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল।

শচীনৰ সৈতে কটোৱা বহু স্মৰণীয় একান্ত ব্যক্তিগত মুহূৰ্তৰ লগতে দলীয় সফলতাৰো সাক্ষী হৈছে ৰাইনা।

এইবোৰৰ ভিতৰত ৰাইনাই আটাইতকৈ বৃহৎ সফলতা হিচাপে উল্লেখ কৰিছে ২০১১চনৰ আইচিচি বিশ্বকাপ খিতাপ জয়ৰ সফলতা।

কিন্তু শচীনৰ আন এটি বিশ্ব অভিলেখৰ বাইশ গজৰ সংগী হিচাপে আছিল সুৰেশ ৰাইনা যিটো তেওঁৰ বাবে পাহৰাটো খুবেই কঠিন।

ৰাইনাই উল্লেখ কৰে,’’ সিদিনাই বুজিব পাৰিছিলো পাজিয়ে কিমান ডাঙৰ মানসিক চাপ কঢ়িয়াই ফুৰিছিল।‘’

দৰাচলতে সিদিনা শচীনে তেওঁৰ শততম আন্তৰ্জাতিক শতৰাণটো সম্পূৰ্ণ কৰে আৰু ননষ্ট্ৰাইকাৰৰ দিশত তেওঁৰ সৈতে বেটিং কৰি আছিল ৰাইনাই।

সেইদিনা বাংলাদেশৰ বিৰুদ্ধে শতৰাণ কৰাৰ পাছত তেণ্ডুলকাৰে ৰাইনাক কি কৈছিল সেইকথা ৰাইনাই ইএছপিএন-ক্ৰিকইনফ’ক জানিবলৈ দিছে।

২০১২ চনত এছিয়া কাপত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰি শচীনে নিজৰ আন্তৰ্জাতিক ক্ৰিকেটৰ ১০০তম চেঞ্চুৰী সম্পূৰ্ণ কৰিছিল।

ইয়াৰ পাছতে সংগী ৰাইনাই শচীনক অভিনন্দন জনায়। ৰাইনাই শচীনক কয়,’’ৱেল ডান পাজি, বহুদিন ধৰি এইটোৱেই বাকী ৰৈ আছিল।‘’

ইয়াৰ উত্তৰত শচীনে ৰাইনাক কৈছিল,’’ এই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি মোৰ চুলি পকি গ’ল।‘’

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd