• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাৰ্ছ আত্মহত্যা : চিকিৎসকসহ তিনি গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ; স্বামী আৰু শাহুৱেকো হ’ব গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2020 12:37 pm
Pic-6-5
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ এগৰাকী নাৰ্ছৰ আত্মহত্যা কাণ্ডৰ বাবে আৰক্ষীয়ে এজন শল্য চিকিৎসকসহ তিনি গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে যোৱা ২১ অক্টোবৰত ২৮ বছৰীয়া মেঘনা আচাৰ্য নামৰ নৱশাৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত এগৰাকী নাৰ্ছে ভেজালপুৰৰ নিজ মাতৃ গৃহত আত্মহত্যা কৰে।

Apply Now

মৃত মেঘনাই আত্মহত্যা কৰাৰ পূৰ্বে পাঁচ পৃষ্ঠাৰ এক চুইচাইড নোটছ লিখি থৈ গৈছে। উক্ত টোকাত চিকিৎসালয়খনৰ দুগৰাকী ধাত্ৰী তাৰা গামিট আৰু বিনীতা আৰু চিকিৎসক ডাঃ অবিনাশ ডুবেই তেওঁক কৰ্তব্যৰ সময়ত শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছিল বুলি উল্লেখ আছে।

আনকি টোকাটোত তেওঁৰ স্বামী অংকিত খাম্ভাটা আৰু শাহুৱেক জয়শ্ৰী খাম্ভাটাইও মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই মাতৃ গৃহৰ পৰা ৫ লাখ টকাৰ দাবী কৰি আহিছিল বুলি লিপিৱদ্ধ কৰি গৈছে। যোৱা ছমাহ ধৰি মেঘনাই স্বামী গৃহ এৰি মাতৃ গৃহতে আছিল।

কৰ্তব্যস্থলী আৰু স্বামী গৃহত ভোগা অত্যাচাৰৰ বাবেই মেঘনা আচাৰ্যই এই চৰম পন্থা লোৱা বুলিও উল্লেখ কৰিছে টোকাটোত। টোকাটোত তেওঁৰ আত্মহত্যাৰ বাবে এই পাঁচজন ব্যক্তিয়েই দায়ী বুলিও লিখি গৈছে মেঘনাই।

মেঘনাই আত্মহত্যা কৰাৰ পিছত যোৱা ২৫ অক্টোবৰত মাতৃ মীনা আচাৰ্যই নৱশাৰী আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰ লাভ কৰি উক্ত টোকাৰ ভিত্তিত আৰক্ষীয়ে পাঁচ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪(খ), ৩০৬, ৩৫৪(ক), ৪৯৮(ক), ১১৪ আদি কেবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে এজন চিকিৎসকসহ দুই অভিযুক্ত ধাত্ৰীক ক’ৰ’ণা টেষ্ট কৰোৱাই ৰিজাল্ট নিগেটিভ অহাৰ পিছত গ্ৰেপ্তাৰ কৰিছে।

আনহাতে অতি শীঘ্ৰেই আন দুই অভিযুক্ত ক্ৰমে মেঘনাৰ স্বামী আৰু শাহুৱেককো গ্ৰেপ্তাৰ কৰা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

“আত্মহত্যা কৰা মেঘনাৰ চুইচাইড টোকাৰ ভিত্তিত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে আমি গোচৰ ৰুজু কৰিছো। আমি অন্য অভিযুক্তসকলো অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিম।” নৱশাৰী চক্ৰ আৰক্ষী বিষয়া পি জি চৌধুৰীয়ে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd