• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পেটৰ ভিতৰত জীয়া মাছ! কোনোমতে প্ৰাণ লৈ চিকিৎসালয়ত উপস্থিত এজন ব্যক্তি, তাৰপিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2024 10:39 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অদ্ভুত ঘটনাটো সংঘটিত হৈছে ভিয়েটনামত। পেটৰ বিষত অস্থিৰ এজন ব্যক্তি। স্থানীয় চিকিৎসকে বিষৰ কোনো কাৰণ বিচাৰি নাপালে। অৱশেষত অসুস্থ অৱস্থাত লোকজনক চিকিৎসালয়লৈ ভৰ্তি কৰা হয়। কিন্তু  ব্যক্তিজনৰ পেট পৰীক্ষা কৰি চকু থৰ হৈ পৰিল চিকিৎসকৰ।

এই ৩৪ বছৰীয়া ব্যক্তিজনৰ সৈতে সংঘটিত হয় এক যন্ত্ৰণাদায়ক ঘটনা। লোকজন ভিয়েটনামৰ কোৱাং নিন প্ৰদেশৰ বাসিন্দা। পেটৰ বিষৰ কাৰণ জানিবলৈ ডাক্তৰে তেওঁৰ পেটৰ এক্স-ৰে কৰিছিল। আল্ট্ৰাছাউণ্ডো কৰা হয়। সেই ৰিপোৰ্টত দেখা যায় যে ৩২ চে.মি.ৰ এটা জীয়া মাছ মানুহজনৰ পেটত ঘূৰি ফুৰিছে৷

লগতে পঢ়কঃ কৰ্ণাটকত খনি মাফিয়াক আদৰণি বিজেপিৰ; তেওঁৰ ৯টা দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে

Apply Now

এই সৰু মাছটোৱে মানুহজনৰ প্ৰাণো কাঢ়ি নিব পাৰিলেহেঁতেন। এই মানুহজনৰ মলদ্বাৰত মাছটো সোমাই গ’ল। আৰা কলনতো ঘূৰি ফুৰিছিল। অন্ত্ৰত এটা সৰু খোলাও তৈয়াৰ কৰে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিকিৎসকে কুচিয়া মাছটো আৰু ক্ষতিগ্ৰস্ত টিছ্যুবোৰ অন্ত্ৰৰ পৰা আঁতৰাই পেলাইছে। বৰ্তমান ব্যক্তিজন সুস্থ।

চিকিৎসকৰ এই সুক্ষ্ম অপাৰেচনটো সফল হৈছে । কিন্তু ব্যক্তিজনৰ জীৱনৰ শংকা আছিল। অৱশ্যে কুচিয়া মাছটো কেনেকৈ তেওঁৰ পেটত সোমাই গ’ল তাক লৈ সংশয়ৰ সৃষ্টি হৈছে।

চিকিৎসকে ধাৰণা কৰে যে সৰু কুচিয়া মাছটো গুহ্যদ্বাৰৰ মাজেৰে তেওঁৰ পেটত সোমাইছিল। পেটৰ পৰা মাছটো উলিয়াই অনাৰ পিছতো মাছটো জীয়াই আছিল। এই কথাটোৱে চিকিৎসকৰ দলটোক আৰু অধিক আচৰিত কৰি তোলে।

লগতে পঢ়কঃ IPL 2024: মুখৰ কথা নহয়! টী-২০ত হাফ চেঞ্চুৰীৰ চেঞ্চুৰী, কোহলীৰ ‘বিৰাট’ অভিলেখ; বেংগালুৰুৰ হাতত পৰাস্ত পঞ্জাৱ

চিকিৎসকে জনোৱা মতে, মাছটোৰ উলিয়াই পেট আৰু মলদ্বাৰৰ ক্ষতিগ্ৰস্ত টিছ্যুৰ অংশবোৰ আঁতৰাই পেলোৱা হয়। অপাৰেচনটোত ৰিস্ক আছিল। চিকিৎসকে কয় যে যিকোনো সময়তে সংক্ৰমিত হোৱাৰ আশংকা আছিল। চিকিৎসকৰ মতে মলদ্বাৰ আটাইতকৈ প্ৰদূষিত স্থান, সেয়ে সংক্ৰমণৰ আশংকা থাকে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd