• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অপ্ৰতিৰোধ্য ‘মিষ্টাৰ ৩৬০°’: ৰিজৱানক অতিক্ৰমি অনন্য কৃতিত্ব গঢ়িলে সূৰ্যকুমাৰ যাদৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 9:49 pm
Suryakumar Yadav
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ক্ৰিকেটত নতুন ‘মিষ্টাৰ ৩৬০°’ হিচাপে পৰিচিত তথা ভাৰতীয় দলৰ মিডল অৰ্ডাৰৰ নৱ শক্তি হিচাপে আত্মপ্ৰতিষ্ঠা কৰা সূৰ্যকুমাৰ যাদৱে ইতিমধ্যে বিশ্ব ক্ৰিকেটত নিজকে এগৰাকী মহাতাৰকা হিচাপে প্ৰমাণ কৰিছে। দুৰন্ত ফৰ্মত থকা তাৰকা বেটাৰগৰাকীয়ে ভাৰতীয় দলৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পৰাই ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে।

চলিত টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ বিপক্ষে ব্যৰ্থ হোৱা যাদৱে আজি নেডাৰলেণ্ডৰ বিৰুদ্ধে এক বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ খেলি অপৰাজিত হৈ ৰয়। মাত্ৰ ২৫ টা বলৰ ৫১ ৰানৰ এই অপৰাজিত ইনিংছটোৰে যাদৱে আজি এক অনন্য কৃতিত্ব অৰ্জন কৰে।

Apply Now

আজিৰ ইনিংছটোৰ লগে লগে চলিত বৰ্ষত টি-২০ ফৰ্মেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় যাদৱ। এই বৰ্ষত যাদৱে এইপৰ্যন্ত ২৫ টা ইনিংছত ৪১.২৮ গড়ে ৮৬৭ ৰান সংগ্ৰহ কৰিছে। এইক্ষেত্ৰত যাদৱে অতিক্ৰম কৰে পাকিস্তানৰ অপেনিং বেটাৰ মহম্মদ ৰিজৱানক।

বৰ্তমান টি-২০ ৰেংকিঙৰ শীৰ্ষস্থানত থকা পাকিস্তানৰ উইকেটকীপাৰ বেটাৰগৰাকীয়ে এই বৰ্ষত বৰ্তমানলৈকে ২০ টা ইনিংছত ৪৯.৩৫ গড়ে ৮৩৯ ৰান সংগ্ৰহ কৰিছে। অৱশ্যে ষ্ট্ৰাইক ৰেটৰ দিশৰ পৰা ৰিজৱানতকৈ সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শন অধিক উন্নত। ৰিজৱানৰ ১২৩.৭৩ ৰ তুলনাত যাদৱে বৰ্ষটোত ১৮৪.৮৬ ষ্ট্ৰাইক ৰেটেৰে ৰান সংগ্ৰহ কৰিছে।

এই তালিকাৰ তৃতীয় স্থানত আছে জিম্বাবোৱেৰ চিকন্দৰ ৰাজা। আফ্ৰিকান দলটোৰ প্ৰধান ভৰসা হিচাপে পৰিগণিত হোৱা ৰাজাই ২০২২ বৰ্ষত ধাৰাবাহিকভাৱে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই আহিছে। তাৰকাগৰাকীৰ নামত চলিত বৰ্ষত ২০ টা ইনিংছত ৬৬১ ৰানৰ ৰেকৰ্ড আছে।

শ্ৰীলংকান অপেনাৰ পাথুম নিচানকাই ২১ খন মেচত পৰা ৬৩৬ ৰান সংগ্ৰহ কৰি তালিকাৰ চতুৰ্থ স্থানত থকাৰ বিপৰীতে পঞ্চম স্থানত আছে ভাৰতীয় তাৰকা বিৰাট কোহলী। দীৰ্ঘদিন ধৰি ফৰ্মহীনতাত ভুগি থকাৰ পাছত ফৰ্মলৈ উভতি অহা তাৰকাগৰাকীয়ে শেহতীয়াকৈ পুনৰ নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে।

কোহলীয়ে চলিত বৰ্ষত ৫৭.১৮ ৰ আকৰ্ষণীয় গড়ে ১৬ টা ইনিংছত ৬২৯ ৰাণ সংগ্ৰহ কৰিছে। বিগত এছিয়া কাপত আন্ত:ৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰা কোহলীয়ে চলিত বিশ্বকাপতো ক্ৰমাগত দুটা অৰ্ধশতক অৰ্জন কৰিছে। শেহতীয়া এই প্ৰদৰ্শনৰ সুবাদত তাৰকাগৰাকী পুনৰ টি-২০ ৰেংকিঙৰ শীৰ্ষ দহলৈ উভতি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

মোক কেন্দ্ৰৰ প্ৰায় ২০০ বিষয়াই ভিতৰুৱা খবৰ দিয়ে, নিয়মীয়াকৈ লাভ কৰো জ্ঞানেশ কুমাৰৰ খবৰ! দাবী ৰাহুল গান্ধীৰ

October 12, 2026 5:00 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰ পৰা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনলৈ! দিল্লীত প্ৰতিবাদৰ কৌশল সলনি কৰিলে বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

October 12, 2026 4:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd