• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দাবী কৰা ধন নাপাই ঠিকাদাৰৰ গাড়ীলৈ ক্ষুব্ধ উগ্ৰপন্থীৰ গুলীচালনা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
February 28, 2020 7:38 am
Untitled

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দাবী কৰা ধন নোপোৱাৰ কাৰণেই সন্দেহযুক্ত উগ্ৰপন্থী সংগঠন ডি এন এল এৰ এটা দলে বহিৰাগত ঠিকাদাৰী সংস্থাক গুলীওৱাৰ ঘটনাই পাহাৰীয়া জিলা ডিমা হাচাওত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জিলাখনৰ মাইবাং মহকুমাৰ অন্তৰ্গত লাংটিঙৰ মাইলু গাঁৱৰ ওচৰত এই ঘটনা সংঘটিত হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই।

Apply Now

প্ৰধান মন্ত্ৰী গ্ৰামীণ সড়ক যোজনা আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কামত নিয়োজিত থকা ঠিকাদাৰী সংস্থাটোৰ অস্থায়ী কাৰ্যালয় আৰু যান-বাহনক লক্ষ্য কৰি উগ্ৰপন্থী গোটটোৱে গুলীচালনা  কৰিছিল।

উগ্ৰপন্থীৰ গুলীচালনাত কথমপি প্ৰাণ ৰক্ষা পৰে নিৰ্মাণ সংস্থাৰ কৰ্মচাৰী-বিষয়ববীয়াসকলৰ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ ঘটনা স্থলীলৈ ৰাওনা হয় আৰু ঘটনাৰ বুজ লয়।

এই গুলীচালনাৰ ঘটনাৰ আঁৰত সন্দেহযুক্ত ‘ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মী’ চমুকৈ ডি এন এল এ জড়িত থকাৰ বিষয়ে সন্দেহ ব্যক্ত কৰিছে ডিমা হাচাও আৰক্ষীয়ে।

লাংটিঙ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি সন্দেহযুক্ত উগ্ৰপন্থী গোটৰ সশস্ত্ৰ সদস্য সকলে লাংটিঙ-মাইলু পি এম জি এছ ৱাই পথ নিৰ্মাণৰ কামত নিয়োজিত ঠিকাদাৰী সংস্থাক টাৰ্গেত হিচাপে লৈ আক্ৰমণ চলায়।

ঘটনাস্থলৰ পৰা আৰক্ষীয়ে একে ৪৭ ৰাইফলৰ খালি কাৰ্তিজ উদ্ধাৰ কৰে।

ইফালে গুলী চালনাৰ ঘটনাত ঠিকাদাৰী সংস্থাৰ এখন মিনি ট্ৰাক সামান্য পৰিমানে ক্ষতিগ্ৰস্ত হয়।

উল্লেখনীয় যে মাইবাং মহকুমাৰ মাইবাং, কালাচান্দ, লাংটিঙ, হাতিখালী আৰু মান্দাৰদিচাত যোৱা কেইবা মাহ ধৰি সন্দেহ যুক্ত উগ্ৰপন্থী গোটৰ বলপূৰ্বক ধন দাবীৰ ঘটনা বৃদ্ধি পাই আহিছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd