• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯ বছৰ ধৰি নহ’ল স্বপ্নীলৰ পদোন্নতি; পদক লাভ কৰাৰ পিছতে ডাব’ল প্ৰমোচনৰ ঘোষণা ৰে’লৱেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2024 10:55 am
স্বপ্নীল কোছালে। ফটোঃ সংগ্ৰহীত।

স্বপ্নীল কোছালে। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ পিছতে স্বপ্নীল কুছালেৰ ভাগ্যৰ চকৰি ঘুৰিবলৈ আৰম্ভ কৰিলে। পেৰিছ অলিম্পিকৰ স্বপ্নীলৰ ব্ৰঞ্জৰ পদক অকল লাখ লাখ ভাৰতীয়ক আলোড়িত কৰাই নহয়, বছৰ বছৰ ধৰি চেন্ট্ৰেল ৰে’লৱেৰ কাৰ্যালয়ত আৱদ্ধ হৈ থকা তেওঁৰ প্ৰমোচনৰ ফাইলো এইবাৰ ঘুৰিবলৈ আৰম্ভ কৰিছে।

২০১৫ চনৰ পৰা কেন্দ্ৰীয় ৰে’লৱেত কাম কৰি আছে স্বপ্নীলে। কিন্তু এই ন বছৰত তেওঁক এবাৰো পদোন্নতি দিয়া নহ’ল। স্বপ্নীলে বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো এই পৰ্যন্ত ৰে’লৱেই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। নিজৰ অফিচৰ এনে অৱহেলাত খুব হতাশ হৈ পৰিছিল শ্বুটাৰজন।

স্বপ্নীলৰ প্ৰশিক্ষক দীপালী দেশপাণ্ডেই দ্য টাইমছ অৱ ইণ্ডিয়াৰ আগত দাবী কৰে যে, “যোৱা ৯ বছৰ ধৰি ৰে’লৱেত কাম কৰি আহিছে, কিন্তু তেওঁক কেতিয়াও পদোন্নতিৰ বাবে বিবেচনা কৰা হোৱা নাছিল।”

Apply Now

লগতে পঢ়কঃ অলিম্পিকত সিন্ধুৰ পদক লাভৰ হেট্ৰিকৰ স্বপ্ন শেষ; প্ৰি-কোৱাৰ্টাৰত ষ্ট্ৰেইট গেমত পৰাস্ত হৈ ল’লে বিদায়

অৱশ্যে কেন্দ্ৰীয় ৰে’লৱেৰ সহকাৰী ক্ৰীড়া বিষয়া ৰেঞ্জিথ মহেশ্বৰীয়ে দ্য টাইমছ অৱ ইণ্ডিয়াক জনাইছে যে পেৰিছত ব্ৰঞ্জৰ পদক বিজয়ীগৰাকীয়ে “কাইলৈ ​​(শুকুৰবাৰ)ৰ ভিতৰত ডাব’ল প্ৰমোচন পাব”।

তেওঁ দাবী কৰে, ‘৯ বছৰ ধৰি তেওঁক পদোন্নতি দিয়া হোৱা নাই, এইটো ভুল তথ্য। তেওঁৰ পদোন্নতি স্থগিত ৰখা হোৱা নাই। আমি জেনেৰেল মেনেজাৰৰ সৈতে কথা পাতিছো আৰু দুদিনৰ ভিতৰত তেওঁ ডাব’ল প্ৰমোচন পাব বুলি আশা কৰিছো।’

ৰে’লৱেৰ সহকৰ্মীসকলে জনোৱা মতে, কাৰ্যালয়ত থকা জ্যেষ্ঠসকলৰ আচৰণত স্বপ্নীলে আঘাত পাইছিল। নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন সহকৰ্মীয়ে কয় যে যেতিয়াই স্বপ্নীলে তেওঁৰ পদোন্নতিৰ কথা সুধিছিল তেতিয়াই তেওঁক অভদ্ৰভাৱে উত্তৰ দিয়া হৈছিল। আৰু ই তেওঁক আৰু বেছি আঘাত দিছিল।’

স্বপ্নীলৰ প্ৰশিক্ষক দীপালি দেশপাণ্ডেই লগতে কয় যে, “তেওঁক প্ৰমোচন ফাইল আগবঢ়াই দিবলৈ পেৰিছলৈ যোৱাৰ পূৰ্বে কাৰ্যালয়ত ৰিপৰ্ট কৰিবলৈ কোৱা হৈছিল। প্ৰশিক্ষণত ব্যস্ত থকাৰ বাবে স্বপ্নীল অফিচলৈ যোৱা নাছিল।”

লগতে পঢ়কঃ  মৃতকৰ সংখ্যা ৩০০ অতিক্ৰম! দুৰ্দশাগ্ৰস্ত ৱায়ানাডৰ উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা হৈছে ড্ৰ’ন

স্বপ্নীল পদক জয়ী হোৱাৰ পিছত বৃহস্পতিবাৰে কেন্দ্ৰীয় ৰে’লৱেই তাৰকা শ্বুটাৰগৰাকীৰ প্ৰমোচন অৰ্ডাৰ জাৰি কৰে। অলিম্পিক পদক বিজয়ী শ্বুটাৰগৰাকীৰ প্ৰশিক্ষকৰ পদোন্নতি সন্দৰ্ভত উত্থাপন কৰা অভিযোগৰ বিষয়ে কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাকো সোধা হৈছিল। এই সন্দৰ্ভত তেওঁ প্ৰথমে পুনে বিভাগৰ লগত কথা পাতিব লাগিব বুলি কয়। “আপাতদৃষ্টিত কোনো বিসংগতি নাই” বুলি দাবী কৰে যদিও বিষয়টো প্ৰথমতে জানি লৈ তাৰপিছতহে উত্তৰ দিব বুলি জনায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd