• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

দিল্লী আৰক্ষীয়ে ৭২ ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিব বুলি প্ৰতিবাদকাৰীক আশ্বাস দিয়াৰ কেইঘণ্টামানৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 5, 2026 7:50 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰক্ষীয়ে ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিবাদৰ সময়ত ছাত্ৰ আন্দোলন কৰ্মী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰক প্ৰহাৰ কৰাৰ অভিযোগত হিন্দুত্ববাদী কৰ্মী স্বতন্ত্ৰ ভৰদ্বাজক গ্ৰেপ্তাৰ কৰে।

উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়। দিল্লী আৰক্ষীয়ে ৭২ ঘণ্টাৰ ভিতৰত তেওঁক গ্ৰেপ্তাৰ কৰিব বুলি প্ৰতিবাদকাৰীক আশ্বাস দিয়াৰ কেইঘণ্টামানৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now

যোৱা ২০ জুলাইত দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিততে এই অভিযোগ উত্থাপন হৈছিল। সঞ্জয় কুমাৰক প্ৰহাৰ কৰাৰ অভিযোগত স্বতন্ত্ৰ ভৰদ্বাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। তাত শুনা গৈছে যে তেওঁ হেনো ‘সঞ্জয় কুমাৰৰ মূৰ ফালি পেলাইছিল’। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে প্ৰতিবাদকাৰীসকলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

ইপিনে, দিল্লী আৰক্ষীয়ে ভৰদ্বাজৰ সন্ধানত অভিযান আৰম্ভ কৰে। কেইবাটাও দলে তেওঁৰ গতিবিধি অনুসৰণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱকজনে বুলেট মটৰবাইকেৰে নৈথালা গাঁৱৰ পৰা খুৰজা অভিমুখে ওলাই আহিছিল। আৰক্ষী তাত উপস্থিত হোৱাৰ আগতেই তেওঁ আঁতৰি যায়। হেলমেট পিন্ধি নিজৰ পৰিচয় লুকুৱাবলৈ চেষ্টা কৰিছিল। কিন্তু কাম নহ’ল, আৰক্ষীয়ে তেওঁক কৰায়ত্ত কৰে।

শুকুৰবাৰে ককৰোচ জনতা পাৰ্টিয়ে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। সঞ্জয় কুমাৰ কাণ্ডত তৎকালীনভাৱে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ লগতে অভিযুক্তক জিম্মাত লোৱাৰ দাবী উত্থাপন কৰে। অভিযোগৰ পিছত আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

অৱশ্যে ভৰদ্বাজে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰে যে তেওঁ ইচ্ছাকৃতভাৱে সঞ্জয় কুমাৰক আঘাত কৰা নাছিল। বৰঞ্চ ১০-১৫ জন লোকে তেওঁক ঘেৰি ধৰাত পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ তেওঁ আত্মৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ দাবী কৰে যে সেই সময়ত সঞ্জয় কুমাৰৰ মূৰত আঘাত লাগিছিল। তেওঁ লগতে কয় যে তেওঁৰ বক্তব্যৰ সমৰ্থনত ভিডিঅ’ প্ৰমাণ আছে।

ভৰদ্বাজে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হোৱা প’ডকাষ্টৰ ভিডিঅ’ সম্পাদনা কৰা বা ভুৱা বুলিও দাবী কৰে। লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি একাংশ লোকে ইয়াক বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁৰ বক্তব্যৰ কিছু অংশ ব্যংগাত্মকভাৱে কোৱা বুলিও তেওঁ দাবী কৰে।

অভিযোগ, প্ৰত্যাভিযোগ আৰু ভাইৰেল ভিডিঅ’ক লৈ বিতৰ্কৰ মাজতে এতিয়া আৰক্ষীয়ে ভৰদ্বাজক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে সেইদিনা প্ৰতিবাদত সঠিকভাৱে কি হৈছিল সেয়া আৰু স্পষ্ট হৈ পৰিব।

 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am
হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

হৃদৰোগৰ আশংকা হ্ৰাস কৰে পকা কলে! পুৱা নে ৰাতি, কেতিয়া কল খোৱাটো স্বাস্থ্যৰ বাবে সৰ্বাধিক উপকাৰী?

September 30, 2026 7:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd