DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সাম্প্ৰদায়িক হিংসাত উত্তপ্ত ছুইডেন : আৰক্ষীৰ বাহনত অগ্নিসংযোগ বিক্ষোভকাৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2020 3:28 pm
index.jpg
290
VIEWS
Share on FacebookShare on Twitter

সাম্প্ৰদায়িক হিংসাত উত্তপ্ত হৈ পৰিছে ছুইডেনৰ দক্ষিণ প্ৰান্তৰ চহৰ মালমো।

হিংসাত্মক ঘটনাৰ সমান্তৰালভাৱে চহৰখনত বিক্ষোভকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে ৰাজহুৱা সম্পত্তিও অনিষ্ট কৰা পৰিলক্ষিত হৈছে।

স্থানীয় সূত্ৰৰ খবৰ অনুসৰি ৰাচমুচ পালদান নামৰ এগৰাকী কট্টৰপন্থী দানিশ নেতাৰ ছুইডেনৰ মালমো চহৰত এখন সভা আহ্বান কৰা হৈছিল।

স্থানীয় প্ৰশাসনে নেতাজনৰ সভাখন বাধা প্ৰদান কৰাৰ ফলত উক্ত সভাখন অনুষ্ঠিত কৰিব নোৱাৰিলে আয়োজকসকলে।

ইফালে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ মতে মালমো আৰক্ষীয়ে সভাখন বন্ধ কৰিবলৈ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰে।

এই খবৰ বিয়পি পৰাৰ লগে লগে কট্টৰপন্থী নেতাজনৰ অনুগামীসকলে চহৰখনত বিক্ষোভ প্ৰদৰ্শন কৰি সমগ্ৰ চহৰখন উত্তপ্ত কৰি তোলে।

#Breaking: Massive police and fire-fighter present in #Malmo in #Sweden, after “Stram kurs” a Danish far-right individual person burned the Quran in public on the street, and now riots and vandalism is taking place in muslim majority neighbourhoods. pic.twitter.com/aYlyNynLFi

— Sotiri Dimpinoudis (@Sotiridi1) August 28, 2020

সময় যোৱাৰ লগে লগে এই বিক্ষোভে সাম্প্ৰদায়িক হিংসালৈ ৰূপান্তৰ হয়।

শুকুৰবাৰে সন্ধিয়া মালমো চহৰৰ ৰাজপথত মুছলমান সম্প্ৰদায়ৰ ৩০০ৰো অধিক লোকে মিছিল উলিয়াই ৰাজহুৱা সম্পদ অনিষ্ট কৰাৰ লগতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে।

বিক্ষোভকাৰীসকলে আৰক্ষীৰ বাহনতো অগ্নি সংযোগ কৰে। সন্ত্ৰস্ত সাধাৰণ জনতা ঘৰৰ ভিতৰত সোমাই থকা পৰিলক্ষিত হয়।

ইয়াৰ সুযোগতে বিক্ষোভকাৰীসকলে চহৰখনৰ বিভিন্ন ঠাইত বিক্ষোভ প্ৰদৰ্শনৰ নামত হিংসাত্মক কাণ্ড সংঘটিত কৰাৰ লগতে আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd