• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ছুইজাৰলেণ্ডে জব্দ কৰিলে ‘অপহৃত’ ৰাষ্ট্ৰপতি মাদুৰোৰ সম্পত্তি : কিয় গ্ৰহণ কৰা হ’ল এই কঠোৰ পদক্ষেপ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 1:17 pm
72
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত সপত্নীক বন্দী হৈ থকা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক লৈ বিশ্ব ৰাজনীতিত তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে ছুইজাৰলেণ্ড চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সোমবাৰে ছুইজাৰলেণ্ডৰ ফেডাৰেল কাউঞ্চিলে ঘোষণা কৰে যে ৰাষ্ট্ৰপতি মাদুৰো আৰু তেওঁৰ সৈতে জড়িত একাংশ ব্যক্তিৰ ছুইজাৰলেণ্ডত থকা সকলো সম্পত্তি তাৎক্ষণিকভাৱে ফ্ৰীজ অৰ্থাত জব্দ কৰা হৈছে।

এই সিদ্ধান্ত অনুসৰি, উক্ত সম্পত্তিসমূহ এতিয়াৰে পৰা বিক্ৰী, স্থানান্তৰ বা দেশৰ বাহিৰলৈ প্ৰেৰণ কৰিব নোৱাৰিব। অৱশ্যে ফেডাৰেল কাউঞ্চিলে স্পষ্ট কৰি দিছে যে এই ব্যৱস্থা কেৱল মাদুৰো আৰু তেওঁৰ ঘনিষ্ঠ একাংশ লোকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। ভেনিজুৱেলা চৰকাৰৰ অন্যান্য সদস্যসকল বৰ্তমান এই সিদ্ধান্তৰ আওতাত পৰা নাই।

Apply Now

উল্লেখ্য যে যোৱা ৩ জানুৱাৰীত আমেৰিকাই এক অতৰ্কিত অভিযান চলাই ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ পৰা নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰি নিউয়ৰ্কলৈ লৈ যায়। এই ঘটনাৰ পাছতে ভেনিজুৱেলাত চৰম ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ছুইজাৰলেণ্ড চৰকাৰেও দেশখনৰ এই সংকটপূৰ্ণ পৰিস্থিতিৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিছে বুলি জানিবলৈ দিছে।

ভেনিজুৱেলাত আমেৰিকাৰ সামৰিক হস্তক্ষেপৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছুইজাৰলেণ্ডে সকলো পক্ষকে উত্তেজনা হ্ৰাস কৰিবলৈ আৰু আন্তঃৰাষ্ট্ৰীয় আইন মানি চলিবলৈ আহ্বান জনাইছে। ইয়াৰ উপৰি দেশখনে শান্তি স্থাপনৰ বাবে মধ্যস্থতা কৰিবলৈও ইচ্ছা প্ৰকাশ কৰিছে।

কোন আইনৰ অধীনত এই সিদ্ধান্ত? ছুইজাৰলেণ্ড চৰকাৰে এই সম্পত্তিসমূহ FIAA (Federal Act on the Freezing and the Restitution of Illicit Assets) নামৰ আইনখনৰ অধীনত ফ্ৰীজ কৰিছে। এই আইন অনুসৰি, যদি কোনো বিদেশী নেতা বা প্ৰভাৱশালী ব্যক্তিয়ে অবৈধভাৱে উপাৰ্জন কৰা সম্পত্তি ছুইজাৰলেণ্ডৰ বেংকত থকা বুলি সন্দেহ কৰা হয়, তেন্তে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে সেইসমূহ জব্দ কৰি ৰাখিব পাৰি।

চৰকাৰে জনাইছে যে এয়া এক সতৰ্কতামূলক পদক্ষেপ, যাতে ভৱিষ্যতে আইনগত তদন্তৰ সময়ত সম্পত্তিসমূহ অক্ষত থাকে। যদি তদন্তত এই সম্পত্তিসমূহ অবৈধ বুলি প্ৰমাণিত হয়, তেন্তে সেই ধন ভেনিজুৱেলাৰ জনসাধাৰণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd