• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মহিলা ক্ৰিকেটাৰলৈ সম মাচুল: বিচিচিআইৰ সিদ্ধান্তক আদৰণি অভিনেত্ৰী তাপসী পন্নু আৰু অনুষ্কা শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2022 10:17 pm
BCCI
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ক্ৰীড়াক্ষেত্ৰত লিংগ সমতাৰ এক যুগান্তকাৰী নিদৰ্শন দাঙি ধৰি আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট খেলুৱৈসকলক পুৰুষ-মহিলা নিৰ্বিশেষে সমান মাচুল আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰাৰ পিছত বিচিচিআইৰ এই সিদ্ধান্তক আদৰণি জনাইছে বলীউড তাৰকা তাপসী পন্নু আৰু অনুষ্কা শৰ্মাই।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ক্ৰিকেট ইতিহাসৰ কিংবদন্তীত পৰিণত হোৱা মিতালী ৰাজৰ জীৱনৰ আধাৰত নিৰ্মিত বলীউডৰ “চাব্বাছ মিথু” শীৰ্ষক চলচ্চিত্ৰত মিতালী ৰাজৰ চৰিত্ৰত অভিনয় কৰা তাপসীয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এই সিদ্ধান্তৰ বাবে ব’ৰ্ডৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

Apply Now

বিচিচিআইৰ এই সিদ্ধান্তক ধন্যবাদ জনাই তাপসী পন্নুৱে এক টুইট যোগে কয়, “সমান কামৰ বাবে সমান দৰমহাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ। এক উদাহৰণ হৈ এই দিশত নেতৃত্ব দিয়াৰ বাবে বিচিচিআইক ধন্যবাদ।”

A huge step towards equal pay for equal work. Thank you BCCI for leading with example 👏🏾

— taapsee pannu (@taapsee) October 27, 2022

আনহাতে আনগৰাকী অভিনেত্ৰী তথা ভাৰতৰ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ নিজা হেণ্ডেলত এক ষ্ট’ৰীত বিচিচিআইৰ সচিব জয় শ্বাহৰ টুইটৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰে আৰু তিনিটা হাততালিৰ ইমোজিৰে এই সিদ্ধান্তলৈ সমৰ্থন আগবঢ়ায়।

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বিশ্ব ক্ৰিকেটৰ আন এগৰাকী কিংবদন্তী তাৰকা তথা ভাৰতৰ সদ্য অৱসৰপ্ৰাপ্ত তাৰকা পেচাৰ ঝুলন গোস্বামীৰ জীৱনভিত্তিক আহিবলগীয়া ছবি “চাকদা এক্সপ্ৰেছ”ত মূখ্য চৰিত্ৰত অভিনয় কৰিছে।

উল্লেখ্য যে বিচিচিআই-এ আজি নতুনকৈ প্ৰৱৰ্তন কৰা নীতি অনুসৰি ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে এতিয়া পুৰুষ ক্ৰিকেটাৰসকলৰ দৰেই প্ৰতিখন টেষ্টত ১৫ লাখ টকা, প্ৰতিখন এদিনীয়াত ৬ লাখ টকা আৰু প্ৰতিখন টি-২০ ত ৩ লাখ টকা মাচুল লাভ কৰিব।

ইয়াৰ পূৰ্বে মহিলা খেলুৱৈসকলে এদিনীয়া আৰু টি-২০ ৰ বাবে ১ লাখ টকাকৈ লাভ কৰিছিল। আনহাতে এখন টেষ্ট মেচত মহিলা ক্ৰিকেটাৰসকলে লাভ কৰা পূৰ্ব মাচুল আছিল ৪ লাখ টকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd