নিদৰ্শন! কাকজান বাগিচা কৰ্তৃপক্ষই বাগিচাৰ চিকিৎসালয়তে স্থাপন কৰিছে কোভিড কেয়াৰ চেন্টাৰ
সমগ্ৰ দেশৰ লগতে অসমতো কোভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে। চহৰাঞ্চলৰ সমান্তৰালকৈ গ্ৰাম্যাঞ্চল তথা চাহ বাগিচা অঞ্চলটো ক্ৰমাৎ গণ সংক্ৰমণ বৃদ্ধি ...
Read moreDetailsসমগ্ৰ দেশৰ লগতে অসমতো কোভিডে ভয়াবহ ৰূপ ধাৰণ কৰিছে। চহৰাঞ্চলৰ সমান্তৰালকৈ গ্ৰাম্যাঞ্চল তথা চাহ বাগিচা অঞ্চলটো ক্ৰমাৎ গণ সংক্ৰমণ বৃদ্ধি ...
Read moreDetailsইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ(ICMR)এ ঘৰতে বহি কৰোনাৰ টেষ্ট কৰাৰ সুবিধা প্ৰদান কৰিছে। অৱশ্যে সকলো লোকৰ বাবে এই সুবিধা উপলব্ধ ...
Read moreDetailsৰাজ্যত শেহতীয়া কোভিড পৰিস্থিতি অতিকৈ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতিৰ সন্দৰ্ভত এক ...
Read moreDetailsদেশত কৰ’না সংক্ৰমণৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰি থকাৰ সময়তে বৃহস্পতিবাৰে কিছু স্বস্তিৰ খৱৰ পোৱা গৈছে। দেশত কৰ’না আৰোগ্যৰ হাৰে দৈনিক ...
Read moreDetailsদেশত কৰোনাৰ দ্বিতীয় ঢৌৱে সন্ত্ৰাস চলাই থকাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা এক ভাল খবৰ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল ...
Read moreDetailsঅপৰিৱৰ্তনীয় হৈয়ে আছে ডিব্ৰুগড় জিলাৰ কোভিড পৰিস্থিতি। বুধবাৰে দিনটোত ডিব্ৰুগড়ত ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড অৱস্থিতি ধৰা পৰাৰ বিপৰীতে মৃত্যু ...
Read moreDetailsগোৱালপাৰা জিলাত পুনঃ বৃদ্ধি পাইছে কনটেইনমেন্ট জ’নৰ সংখ্যা৷ জিলাখনত ইতিমধ্যে নাৰেংগাবাৰী, বৰবৰী, ডুবাপাৰা আৰু পাখিৰীগুৰি, লালাৰড়ী অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে ...
Read moreDetailsশিৱসাগৰৰ কেন্দ্ৰীয় কাৰাগাৰত ৫১ গৰাকী কয়দী কোভিড১৯ত আক্ৰান্ত হৈছে। মংগলবাৰে কয়দীসকলৰ মাজত ৰেপিড এন্টিজেন টেষ্ট কৰোতে ৫১ গৰাকী কয়দীৰ দেহত ...
Read moreDetailsআজি পুৱাৰ ভাগত গোলাঘাটৰ খুমটাই চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খুমটাই চাহ বাগিচাৰ ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ ...
Read moreDetailsমাত্ৰ এসপ্তাহৰ পূৰ্বে কোভিডত আক্ৰান্ত হৈ আইচিইউৰ বিচনা বিচাৰি টুইট কৰা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ নাবিলা ছাদিকৰ ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd