DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত ১৫ দিনৰ ভিতৰত কোভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা: অভয়বাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 20, 2021 2:27 pm
Himanta Biswa sarma in Barpeta
372
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত শেহতীয়া কোভিড পৰিস্থিতি অতিকৈ ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোভিড পৰিস্থিতিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা বা এক প্ৰকাৰৰ অভয়বাণী দিয়া পৰিলক্ষিত হয়।

বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তেওঁ কোভিড পৰিস্থিতিৰ বুজ লৈ সংবাদমাধ্যমৰ আগত অভয়বাণী দি কয় যে ৰাজ্যত ১৫ দিনৰ ভিতৰত কোভিড পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, পূৰ্বেও ১৫ মে’ ৰ পাছত কোভিড পৰিস্থিতি উন্নত হব বুলি তেওঁ মন্তব্য কৰিছিল যদিও কালিৰ দিনটোত ৬ সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৯ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছিল।

কোভিডৰ দ্বিতীয়তো ঢৌ এই ১৫ দিনৰ ভিতৰত উন্নত হোৱা সম্ভাৱনা আছে যদিও কোভিডৰ তৃতীয়তো ঢৌৰ কথা এতিয়াও আলোচনা কৰা হোৱা নাই বুলি তেওঁ কয়।

ইপিনে, নিজেই কেইবাবাৰো কোভিড বিধি বা নীতি-নিয়ম উলংঘন কৰিলেও তেওঁ পুনৰ ৰাইজক কোভিড নীতি নিয়ম মানি চলিবলৈ কয়।

তেওঁ কয় “ৰাজ্যখনৰ জনতাই কোভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্দৰ্ভত সকলো নীতি-নিয়ম মানি চলে তেনেহলে এই কোভিডৰ দ্বিতীয়তো ঢৌৰ পৰা সোনকালে নিয়ন্ত্ৰণ পাব।”

আনহাতে, শেহতীয়াকৈ বৰপেটাৰ চিকিৎসালয় সমূহত আন্তঃগাঁথনি কিছু পৰিমাণৰ নিম্ন বুলি জানিবলৈ দি তেখেতে কয় যে এই সুবিধা সমূহ কম হোৱাৰ বাবে কিছু পৰিমাণৰ অসুবিধাৰ সন্মুখীন হব পাৰে।

লগতে বৰপেটা চিকিৎসালয় মহাবিদ্যালয়ত আৰু কিছু সংখ্যক আই চি উ বেড বৃদ্ধিৰ ব্যৱস্থা অতি সোনকালে কৰা হব বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

Tags: COVID-19

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd