ক’ৰ’নাৰ বাবে ত্ৰিপুৰাত আৱদ্ধ চাইকেলেৰে টকিঅ’ অলিম্পিকলৈ যাত্ৰা আৰম্ভ কৰা কেৰালাৰ যুৱক-যুৱতী
চাইকেলেৰে কেৰালাৰ পৰা জাপানৰ ৰাজধানী টকিঅ’লৈ যাব বিচৰা তিনিগৰাকী যুৱক-যুৱতীৰ সপোন ক’ৰ’না ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰে। ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ...
Read moreচাইকেলেৰে কেৰালাৰ পৰা জাপানৰ ৰাজধানী টকিঅ’লৈ যাব বিচৰা তিনিগৰাকী যুৱক-যুৱতীৰ সপোন ক’ৰ’না ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰে। ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ...
Read moreতবলিগী জামাতীৰ এক ঘৃণীয় কাণ্ডই আকৌ দেশজুৰি চৰ্চা লাভ কৰিছে। এইবাৰ অভিযোগ আহিছে নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা জামাতীয়ে ...
Read moreদিল্লী ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান(ডি এছ চি আই)ৰ দুগৰাকী চিকিৎসক আৰু ষোল্ল গৰাকী নাৰ্ছ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত দিল্লী চৰকাৰে ...
Read moreধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। নৰ্থ ইষ্ট নাওৰ ...
Read moreআজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমৰ জৰিয়তে চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন ...
Read moreমহামাৰী ক’ৰ’না ভাইৰাছৰ কাৰণে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে স্থগিত কৰিব লগীয়া হ’ল ব্ৰিটিছ অ’পেন গ’ল্ফ। ১৪৯ সংখ্যক অ!পেন জুলাই ...
Read moreগোটেই বিশ্বতে কৰ’না ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। সকলোৱে এতিয়া কৰ’না ভাইৰাছৰ চিকিৎসাৰ সন্ধান চলাইছে। ভাৰততো কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ...
Read moreমহামাৰী কোভিড-১৯-ৰ বাবে সমগ্ৰ দেশতেই লকডাউন ঘোষনা কৰাৰ পিছত অসমত বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। এনে ...
Read moreকৰ’না ভাইৰাছ মহামাৰীত আক্ৰান্ত দেশসমূহ এতিয়া এই ৰোগৰ চিকিৎসাকলৈ চিন্তিত। কৰ’না ভাইৰাছে কঁকাল ভাঙি দিয়া আমেৰিকাই সংকটৰ সময়ত ভাৰতৰ পৰা ...
Read moreঅসমত দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ৰাজ্যখনত আৰু এজন COVID-19 পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd