• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সজাগতা সৃষ্টিৰ প্ৰয়াস : ক’ত বিক্রী হৈছে ‘কৰ’না’ মিঠাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 2:04 pm
333corona-sweets_040720091125 নতুন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। সকলোৱে এতিয়া কৰ’না ভাইৰাছৰ চিকিৎসাৰ সন্ধান চলাইছে। ভাৰততো কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।

ইয়াৰ লগে লগে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে এগৰাকী ব্যক্তিয়ে “এন্টি কৰ’না মিঠাই’ তৈয়াৰ কৰিছে।

Apply Now

জানি আচৰিত হ’ব যে পশ্চিমবংগত ‘এন্টি কৰ’না ছুইট’ নামেৰে এবিধ মিঠাই বিক্ৰী হৈছে। এই মিঠাই কৰ’না সন্দৰ্ভত সজাগতা চলোৱাৰ উদ্দেশ্যেৰে বজাৰত বিক্ৰী কৰা হৈছে।

এই মিঠাই যাদৱপুৰৰ হিন্দুস্তান ছুইটছে তৈয়াৰ কৰিছে। আগশাৰীৰ মিঠাই প্ৰস্তুতকৰ্তা হিচাপে পৰিচিত এই মিঠাইৰ দোকানত ‘সন্দেশ’ক কৰ’না ভাইৰাছৰ ৰূপত তৈয়াৰ কৰিছে।

বিশেষভাৱে এই মিঠাইবিধক কৰ’না ভাইৰাছৰ জৈবিক বিৱৰণ আৰু আকৃতিৰে তৈয়াৰ কৰা হৈছে যাতে মিঠাইৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা যায়।

এই মিঠাইৰ লগতে লোকক এটি বাৰ্তাও দিয়া হৈছে-‘’আমি কৰ’নাক প্ৰতিহত কৰিব পাৰো।‘’

হিন্দুস্তান ছুইটছৰ মালিক ৰবীন্দ্ৰ কুমাৰ পালে কয় যে ‘’আমি এন্টি কৰ’না ছুইট’ তৈয়াৰ কৰিছো। কৰ’না ভাইৰাছ সম্পৰ্কে মানুহক সজাগ কৰিবলৈ আমি এই মিঠাই তৈয়াৰ কৰিছো। মই ভাৱো মানুহে ইয়াক ভয় কৰা উচিত নহয়। আমাৰ শ্ল’গান হ’ল ‘আমি কৰ’নাক পৰাস্ত কৰিম আৰু আমি ইয়াক ভয় নকৰো।‘

ৰবীন্দ্ৰ পালে লগতে কয়,’’আমাৰ বিশ্বাস আছে যে আমি এই যুঁজত জয়ী হ’ম। মই প্ৰতিজন গ্ৰাহককে এই মিঠাই সোৱাদ ল’বলৈ দিম। আমি কেবল মিঠাইয়ে নহয়, চৰকাৰক লোকক কোৱাৰেন্টাইনত ৰাখিবৰ কাৰণে পাঁচ মহলীয়া অট্টালিকাও দিছো।‘’

তেওঁ ৰাজ্য চৰকাৰৰ সাহায্য কোষলৈ এক লাখ টকাও আগবঢ়াইছে।

উল্লেখযোগ্য যে যোৱা সপ্তাহত পশ্চিমবংগ চৰকাৰে লকডাউনৰ মাজতে মিঠাইৰ দোকান দিনে চাৰি ঘন্টা খোলা ৰাখিবলৈ দিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd