• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমিনুল ইছলামৰ দৰে বিজেপি বিধায়ক কিশোৰ নাথ আৰু দিলীপ পালৰ ক্ষেত্ৰত ব্যৱস্থা নোলোৱাটো দুৰ্ভাগ্যজনক : দেবব্ৰত শইকীয়া

'অসমত ক’ৰ’না ভাইৰাছক সাম্প্ৰদায়িক ৰহন সানি চ’ছিয়েল মেডিয়াত প্ৰচাৰ চলাই আছে' শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 7, 2020 3:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত শইকীয়াই বিধায়ক আমিনুল ইছলামৰ দৰে বিজেপি বিধায়ক কিশোৰ নাথ আৰু দিলীপ পালৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে।

Apply Now

‘এআইয়ুডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে তৎকালীনভাৱে যি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে সেই তৎপৰতা শাসকীয় দলৰ বিধায়ক কিশোৰ নাথ, দিল্পী পালৰ ক্ষেত্ৰত লোৱা দেখা নাই। এয়া এক দুৰ্ভাগ্যজনক কথা।‘ শইকীয়াই এইদৰে কয়।

ইতিপূৰ্বে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে চিকিৎসালয়ত গৈ এজন চিকিৎসকক মাৰপিট কৰাৰ অভিযোগ আহিছিল বুলি তেওঁ উল্লেখ কৰি শইকীয়াই লগতে কয় ‘তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল’ব লাগে বুলি ৰাজ্য চৰকাৰক অৱগত কৰিছিলো।‘

ঠিক সেইদৰে বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপি বিধায়ক দিলীপ পালেও তবলিগী জামাতিক কেন্দ্ৰ কৰি বহু বিতৰ্কিত মন্তব্য কৰা বুলি শইকীয়াই অভিযোগ তোলে।

তেওঁ কয় ‘তবলিগীত যোৱাসকল নৰপশু, তেওঁলোকক ফিলিপাইনছৰ দৰে গুলিয়াই মাৰি লাগে বুলি বিধানসবাৰ উপাধ্যক্ষ দিলীপ পালে কৈছিল। আৰক্ষীৰ পৰা আমিনুল ইছলামৰ বিৰুদ্ধে লোৱা তৎপৰতা পালৰ ক্ষেত্ৰতো আমি আশা কৰিম।‘

তদুপৰি বিগত সময়ছোৱাত চ’ছিয়েল মেডিয়াত বহুতেই বিতৰ্কিত মন্তব্য কৰি আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘মই ৰাজ্য চৰকাৰক আহ্বান জনাম আমিনুল ইছলামৰ বিৰুদ্ধে যি পদক্ষেপ লৈছে, তেনে পদক্ষেপ অন্য সকলৰ ওপৰতো যাতে গ্ৰহণ কৰে।’

তেওঁ আৰু কয় ‘অসমত ক’ৰ’না ভাইৰাছক সাম্প্ৰদায়িক ৰহন সানি চ’ছিয়েল মেডিয়াত প্ৰচাৰ চলাই আছে। পঞ্জাৱৰ পদ্মশ্ৰী প্ৰাপ্ত ধৰ্ম প্ৰচাৰক বিমল সিঙ ৰাগী কেইদিনমান পূৰ্বে ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। তেওঁ কানাডাৰ পৰা ঘুৰি আহি ২০ খন গাঁও ভ্ৰমণ কৰিছিল আৰু তেওঁৰ দেহৰ পৰা এই মাৰাত্ম ভাইৰাছ ২৯ জন লোকৰ দেহলৈ গৈছে। ইতিমধ্যে তেওঁ ভ্ৰমণ কৰা ২০ খন গাঁৱৰ ৪০ হাজাৰ লোকক কোৱাৰেন্টাইন কৰা হৈছে।‘

সেই গতিকে ক’ৰ’না জেহাদ বুলি কোৱাটোও বা কোনোবাই মেলি দিয়া বুলি কোৱাটোও ভুল মন্তব্য বুলি শইকীয়াই দাবী কৰে।

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd