নিৰ্বাচন হওক আৰু হ’ব আচল ইছ্যুত: অসমো নহয় ব্যতিক্ৰম
আমাৰ মাজত এনে এটা ধাৰণা সুলভ যে ভাৰতীয় আৰু অসমীয়া ভোটাৰে টকা বা আন তাৎক্ষণিক বৈষয়িক প্ৰলোভন, আবেগ আৰু মিডিয়া-সৃষ্ট ...
Read moreDetailsআমাৰ মাজত এনে এটা ধাৰণা সুলভ যে ভাৰতীয় আৰু অসমীয়া ভোটাৰে টকা বা আন তাৎক্ষণিক বৈষয়িক প্ৰলোভন, আবেগ আৰু মিডিয়া-সৃষ্ট ...
Read moreDetailsৰঙালীৰ আনন্দ উদযাপন চলি থকাৰ মাজতে দিচপুৰৰ বিধায়ক অতুল বৰাই জেঠত বিহু পতাসকলক চান্দা নিদিবলৈ অসমবাসীক আহ্বান জনাইছে। নাগৰিকত্ব বিধেয়কক ...
Read moreDetailsঅসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ব্যাপক উছাহ আনন্দৰ মাজতে কাইলৈ অৰ্থাৎ ১৮ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ...
Read moreDetailsনিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতেই ভোটাৰক প্ৰভাৱান্বিত কৰিবলৈ একাংশ ৰাজনৈতিক দল তথা প্ৰাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰাৰ বিষয়টো চৰ্চিত ...
Read moreDetailsবিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ সমৰ্থক আৰু বিৰোধীৰ বিচাৰ কৰি চাই ৰাইজক ভোট দিবলৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পুনৰ আহ্বান ...
Read moreDetailsসোমবাৰে ফ্লায়িং স্কোৱাডে অভিযান চলাই নগাঁৱৰ এখন হোটেলৰ পৰা বৃহৎ পৰিমাণৰ টকা জব্দ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ কংগ্ৰেছ ...
Read moreDetailsচলিত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই মঙলবাৰে বি পি এফ দলৰ সভাপতি ...
Read moreDetailsদেশৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায় তথা অসমৰ অন্তিমটো পৰ্য্যায়ৰ প্ৰচাৰৰ অন্তিম দিনা অৰ্থ্যাৎ ১৬ এপ্ৰিল মঙলবাৰে দৰং জিলাত ৪ কিঃ ...
Read moreDetailsকেইবা কোণীয়া জটিল নিৰ্বাচনী সমীকৰণৰ সমষ্টি কোকৰাঝাৰত এবিএমছুৱে মুকলি সমৰ্থন ঘোষণা কৰাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ পাল্লা ভাৰী হোৱাৰ ...
Read moreDetailsকালিলৈকে মৰিগাঁও জিলাৰ অগপৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি থকা প্ৰাক্তন অগপ মন্ত্ৰী বুবুল দাসে আজি মৰিগাঁও জিলাৰ নেলীত অনুষ্ঠিত ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd