• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৫০ কোটিটকীয়া পেকেজক প্ৰলোভনৰ ৰাজনীতি আখ্যা আহোম জনগোষ্ঠীয় সংগঠনৰ; বিকল্প ৰাজনৈতিক মঞ্চৰ চিন্তা-চৰ্চা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 22, 2019 8:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে আহোম জনগোষ্ঠীলৈ আগবঢ়োৱা ২৫০ কোটিটকীয়া পেকেজক প্ৰলোভনৰ ৰাজনীতি বুলি আখ্যা দিলে আহোম জনগোষ্ঠীয় সংগঠনে। চৰকাৰে কা’ বিৰোধী আন্দোলনক স্তিমিত কৰিবলৈ ষড়যন্ত্ৰ কৰি এইদৰে প্ৰলোভনৰ ৰাজনীতি কৰিছে বুলি মন্তব্য কৰে পাঁচটাকৈ আহোম জনগোষ্ঠীয় সংগঠনে।

শিৱসাগৰৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আহোম জাতীয় গণ মঞ্চ, আহোম সেনা, টাই আহোম যুৱ পৰিষদ, আহোম সভাকে ধৰি পাঁচ সংগঠনে এই অভিযোগ কৰে।

Apply Now

জনজাতিকৰণ আৰু স্বায়ত্ত শাসন টাই আহোম জনগোষ্ঠীৰ জন্মস্বত্ব আধিকাৰ, চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতিত টাই আহোম জনগোষ্ঠীয়ে ভৰি নিদিয়ে বুলি উল্লেখ কৰি সংগঠন কেইটাই কা’ বিৰোধী আন্দোলন কোনো কাৰণতে বন্ধ নকৰে বুলি কয়।

২৫০ কোটি টকা দি আন্দোলন স্তিমিত কৰাৰ ষড়যন্ত্ৰৰে টাই আহোম জনগোষ্ঠীক ৰাজ্য চৰকাৰে উপলুঙা কৰিছে বুলি উল্লেখ কৰি সংবাদমেলৰ জৰিয়তে চৰকাৰক বিভাজনৰ ৰাজনীতি ত্যাগ কৰিবলৈ কয়।

আনহাতে আহোম জনগোষ্ঠীক জনজাতিকৰণত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেঙাৰ দি অহাৰ অভিযোগ সংগঠনকেইটাৰ। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ বাবেই পাঁচজন চহিদ হোৱাৰ লগতে অসম জ্বলিল বুলি অভিযোগ কৰে।

টাই জনগোষ্ঠীক স্বায়ত্ত শাসন তথা জনজাতিকৰণৰ দাবী তুলি সংবাদমেলত টাই আহোম জনগোষ্ঠীয় সংগঠনসমূহে এককভাৱে বিকল্প ৰাজনৈতিক মঞ্চৰ চিন্তা-চৰ্চা কৰা বুলি উল্লেখ কৰি অসমৰ ৰাইজক শীঘ্ৰে এই সম্পৰ্কত অৱগত কৰিব বুলি জনায়।

ইয়াৰ উপৰি সংগঠন কেইটাই অখিল গগৈ, জিতেন দত্তকে ধৰি কা’ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলোকে শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে নিহতসকলক চৰকাৰে জাতীয় চহিদ হিচাপে ঘোষণা আৰু তেওঁলোকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে।

আনহাতে আজিৰ এই সংবাদমেলত আটাছুৰ প্ৰতিনিধি অনুপস্থিত থাকে যদিও উপস্থিত থকা টাই আহোম জনগোষ্ঠীয় সংগঠন সমূহে আটাছুক পূৰ্বৰ দৰে বলিষ্ঠ ৰূপত কা’ বিৰোধী সংগ্ৰামত অংশ লবলৈ আহ্বান জনায়।

সংবাদমেলত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দিগন্ত তামুলী, আহোম সেনাৰ কেন্দ্ৰীয় সভাপতি অংকুৰণ ফুকন, আহেম জাতীয় গণ মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙ্গীয়া আৰু আহোম সভাৰ নিৰ্মল বৰুৱা উপস্থিত থাকে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd