DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কৃষি আইন বাতিলৰ পিছতে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ মোদীলৈ পত্ৰ লিখিলে বিজেপিৰে সাংসদে

কৃষি আইন বাতিল প্ৰতিবাদত নিহত কৃষক পৰিয়ালক ১ কোটি টকাৰ সাহায্য দিবলৈ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 7:26 pm
Varun Gandhi
279
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ঘোষণাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ মাজতে এই আইনসমূহৰ সমালোচনা কৰি অহা বিজেপি সাংসদ বৰুণ গান্ধীয়ে কয় যে এই সিদ্ধান্ত আগতে লোৱা হ’লে কৃষকসকলৰ বহুতো নিৰীহ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন।

শনিবাৰে মোডীলৈ লিখা এখন পত্ৰত উত্তৰ প্ৰদেশৰ পিলিভিটৰ বিজেপিৰ সাংসদগৰাকীয়ে প্ৰতিবাদত নিহত পৰিয়ালৰ বাবে ১ কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ আহ্বান জনায়।

তদুপৰি গান্ধীয়ে প্ৰতিবাদকাৰী কৃষক সকলৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত মিছা এজাহাৰ প্ৰত্যাহাৰ কৰাৰ লগতে MSP সহ কৃষক সকলৰ অন্য দাবীৰ ওপৰত চৰ্চা কৰিবলৈ আহ্বান জনায় পত্ৰখনত।

পত্ৰখনত গান্ধীয়ে প্ৰধানমন্ত্ৰীক লখিমপুৰ খেৰীত সংঘটিত কৃষক হত্যাকাণ্ডৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈও আহ্বান জনায়। উল্লেখ্য যে ৩ অক্টোবৰত লখিমপুৰ খেৰীত কৃষক হত্যাত কেন্দ্ৰীয় মন্ত্ৰী জনৰ পুত্ৰ আশীষ মিশ্ৰ মুল অভিযুক্ত আৰু তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

 

तीन कृषि कानूनों को वापस लेने की घोषणा का मैं स्वागत करता हूँ। मेरा विनम्र निवेदन है कि एमएसपी पर कानून बनाने की मांग व अन्य मुद्दों पर भी अब तत्काल निर्णय होना चाहिए, जिससे किसान भाई आंदोलन समाप्त कर ससम्मान घर लौट जाएं।

आदरणीय प्रधानमंत्री जी के नाम इस विषय में मेरा पत्र: pic.twitter.com/ndnL1xIx2c

— Varun Gandhi (@varungandhi80) November 20, 2021

বিৰোধী নেতা সকলে কেন্দ্ৰীয় চৰকাৰে মন্ত্ৰী অজয় মিশ্ৰৰ বিৰুদ্ধে কোনো প্ৰদক্ষেপ নোলোৱাৰ বাবে তীব্ৰ সমালোচনা কৰি আহিছে। বিজেপি সাংসদ বৰুণ গান্ধীয়েও অজয় মিশ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে খেৰী কাণ্ডৰ উপযুক্ত তদন্ত দাবী কৰি আহিছে।

তদুপৰি তেওঁ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহা কৃষকসকলৰ সমৰ্থনতো থিয় হৈ আহিছে। ইয়াৰ শাস্তি স্বৰূপেই বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ পৰা বাদ দিয়া হৈছিল গান্ধীক।

প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰত বিজেপি সাংসদ গৰাকীয়ে খেৰী হিংসাত্মক ঘটনা সন্দৰ্ভত কয়, “হৃদয়বিদাৰক ঘটনাটো আমাৰ গণতন্ত্ৰৰ ওপৰত এক কলঙ্ক। এই ঘটনাৰ সৈতে সম্পৰ্কিত কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে উপযুক্তভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনাক মোৰ অনুৰোধ। ঘটনাটোৰ যাতে উচিত তদন্ত হয়।”

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd