• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বজাৰত জুই ছাই দাম ফলৰ: চিন্তা কিহৰ! কঁঠালগুটিৰো আছে ‘কদৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2023 12:12 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফল-মূল স্বাস্থ্যৰ পক্ষে অত্যন্ত ভাল বুলি এক সৰ্বজনীন আৰু বিজ্ঞানসন্মত ধাৰণা আছে। পিছে ফল-মূলৰ নামত আমি বেছিসময়তেই বাচি লওঁ বাণিজ্যিকভাৱে উৎপাদিত আপেল, আঙুৰ আদি।

পিছে মুনাফাৰ লক্ষ্যৰে উৎপাদিত এই ফলবোৰত ৰাসায়নিক সাৰ-কীটনাশক, অপৈণত অৱস্থাতে ফল পকিবলৈ দৰৱ আদি অতিমাত্ৰাত প্ৰয়োগ কৰা হয়।

Apply Now

সু-স্বাস্থ্য আৰু পুষ্টিৰ বাবে এই দামী ফলবোৰৰ পিছত দৌৰাতকৈ আমি খাব পাৰোঁ অৱহেলিত কঁঠালগুটি। এই সময়ত বাৰীত উভৈনদী কঁঠালৰ গুটিকেইটাও আপোনাৰ পুষ্টিৰ আধাৰ।

চেলিব্ৰিটি পুষ্টিবিদ ৰুজুতা দিবাকৰেও বিগত কিছুবছৰ পূৰ্বে আগবঢ়াইছিল কঁঠালগুটি গ্ৰহণৰ দিহা। ৰুজুতা বলিউদ অভিনেত্ৰী কৰীনা কাপুৰৰ চাইজ জিৰ’-শৰীৰৰ আঁৰৰ ব্যক্তি বুলি বিখ্যাত।

ৰুজুতাৰ ভাষাত, কঁঠালগুটি ভাৰতীয় চুপাৰফুড। বতৰৰ ফল কঁঠালৰ গুটি কিদৰে অতি পুষ্টকৰ সেই বিষয়ত ৰুজুতাই মতো প্ৰকাশ কৰিছিল। লক্ষণীয়ভাৱে, ৰুজুতাৰ পৰামৰ্শ শাওণ মাহৰ লগত ৰজিতা খোৱা।

ভাৰতৰ বহু হিন্দুধৰ্মাৱলম্বী লোকৰ বাবে শাওন অতি পবিত্ৰ মাহ। সেয়ে তেওঁলোক বহুতেই শাওন মাহত ব্ৰত ৰাখে।ফলত, খাদ্য তালিকাৰ পৰা মাছ-মাংস অন্তৰ্ধান হয়।

কিন্তু কঁঠালগুটিয়ে শৰীৰ বৃদ্ধি আৰু পৰিচালনাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিন’ এচিদৰ যোগান অব্যাহত ৰাখে। তাৰোপৰি, অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰ আৰু মিনাৰেলসমূহৰ যোগান পূৰামাত্ৰাই ধৰিব পাৰে কঁঠালগুটিয়ে।

চাওঁ আহক কঁঠালগুটিৰ গুণ আৰু সুবিধা:

১/ বিভিন্ন ৰকমে খাব পাৰি কঁঠালগুটি– কঁঠালগুটি বইল কৰি জোল বনাই খাব পাৰি। বা নহ’লে সিদ্ধ গুটিত অলপ নিমখ দি আবেলিৰ জলপান হিচাপে খাব পাৰি।

২/ পুষ্টিদায়ক– কঁঠালগুটিত পলিফেনল থাকে, যি আপোনাক দিব পাৰে বয়সৰ চাপহীন ছাল আৰু শালমইনাৰ দৰে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ। লগতে থাকে মেংগানিজ আৰু মেগনেছিয়াম, যি আন বহুটো দিশত উপকাৰী হোৱাৰ লগতে হাঁড় মজবুত কৰাত ভূমিকা লয়।

ইয়াত জিংক আৰু আন মাইক্ৰ’ মিনাৰেলো থাকে, যি উৰ্বৰতা বৃদ্ধি কৰে আৰু হৰম’নজনিত সু-স্বাস্থ্য ৰক্ষাত সহায় কৰে। থাকে ফাইবাৰ, ৰাইব’ফ্লেবিন আৰু সমৃদ্ধ ভিটামিন বি প্ৰফাইল, যি ৰক্তচাপ আৰু তেজৰ শৰ্কৰা(চুগাৰ) নিয়ন্ত্ৰণ, পেটৰ প্ৰদাহ (ইনফ্লেমে’চন) কমোৱাত সহায় কৰে।

ফাইবাৰে দীঘলীয়া সময়লৈকে ভোক নলগা কৰি ৰখাত সহায় কৰে, ফলত জাংক ফুডবোৰৰ পৰা আঁতৰি থকাত সহায় হয়। ভাল হৃদস্বাস্থ্য ৰক্ষাটো ই সহায় কৰে, কাৰণ ই বেয়া কলেস্তেৰল কমোৱাত সহায় কৰে।

3/ সস্তা আৰু সুলভ: স্বাভাৱিকতেই অসমৰ গাঁও অঞ্চলৰ বাসিন্দাসকলৰ বাৰীত কঁঠালৰ গছ এক সৰ্বপৰিচিত দৃশ্য। কঁঠাল বাৰীতে উপলব্ধ মানেই কঁঠালগুটি বিচাৰি আপুনি হাবাথুৰি খাব নালাগে।

আনহাতে টাউনীয়া অঞ্চলসমূহত যিহেতু কঁঠালৰ গছ থাকিব বুলি বিশেষ আশা কৰিব নোৱাৰি, সেয়ে বজাৰৰ পৰা ক্ৰয় কৰি অনা কঁঠালৰ পৰাই আপুনি সুবিধা ল’ব পাৰে। এফালে আপুনি কঁঠাল খোৱাৰ লগতে লাভ কৰিব গুটিও। এই গুটিসমূহ পেলাই নিদি আপুনি গ্ৰহণ কৰিব পাৰে খাদ্য হিচাপে।

 

 

 

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd