• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দামী আপেলৰ পিছত দৌৰিব নালাগে, অৱহেলিত কঠালগুটি খাওক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2019 4:38 pm
Take Jackfruit Seed, Stay Healthy

ছবি সৌজন্য-- Pixabay

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফল-মূল খোৱা স্বাস্থ্যৰ পক্ষে ভাল বুলি এক সৰ্বজনীন (popular), একেসময়তে বিজ্ঞানভিত্তিক, ধাৰণা আছে।

কিন্তু, ফল-মূলৰ নামত আমি বেছিসময়তেই বাচি লওঁ বাণিজ্যিকভাৱে উৎপাদিত আপেল, আঙুৰ আদি।

Apply Now

মুনাফাৰ লক্ষ্য আৰু ভাৰতৰ চৰকাৰবোৰৰ জনকল্যাণকামী ৰাষ্ট্ৰীয় স্বাস্থ্য বা পুষ্টি নীতি-নিৰ্দেশনাৰ অনুপস্থিতি (চৰকাৰী সংস্থাৰ পুষ্টি দিহা কিছু আছে, প্ৰয়োগ শূন্য। সন্তুলিত বৈচিত্ৰ্যময় পুষ্টিকৰ খাদ্য খাবলে নোপোৱা মানুহ বেছি)ত এই ফলবোৰত ৰাসায়নিক সাৰ-কীটনাশক, অপৈণত ফল পকিবলৈ দৰৱ আদি অতিমাত্ৰাত প্ৰয়োগ কৰা হয়।

সু-স্বাস্থ্য আৰু পুষ্টিৰ বাবে এই দামী ফলবোৰৰ পিছত দৌৰাতকৈ আমি খাব পাৰো অৱহেলিত কঠালগুটি (কেতিয়াবা ফল খাই পেলাই দিয়া)।

শেহতীয়াকৈ, চিলেব্ৰিটি পুষ্টিবিদ ৰুজুতা দিৱাকৰে এই দিহা আগবঢ়োৱাৰ পিছত কঠালগুটিৰ কথাই চৰ্চা লাভ কৰিছে। ৰুজুতা বলিউদ অভিনেত্ৰী কৰীনা কাপুৰৰ চাইজ জিৰ’-শৰীৰৰ আঁৰৰ ব্যক্তি বুলি বিখ্যাত। তেওঁৰ পুষ্টি সম্পৰ্কীয় কিতাপ কেইখনমান বে’ষ্ট চে’লাৰ।

এতিয়া ৰুজুতাই কৈছে, কঠালগুটি ভাৰতীয় চুপাৰফুদ (বিভিন্ন পুষ্টি উপাদানৰ অধিক ঘনত্বত উপস্থিতি)। স্থানীয় খাদ্য এনেয়ো সেই ঠাইৰ জলবায়ুবাসী জীৱ-অনুকূল।

বতৰৰ ফল কঠালৰ গুটি কিদৰে অতি পুষ্টকৰ সেয়া লৈ ৰুজুতাই শেহতীয়াকৈ চ’চিয়েল মিডিয়াত কৰা প’ষ্টটো অতি চৰ্চিত হৈছে।

ৰুজুতাৰ প’ষ্টটো শাওণ মাহৰ লগত ৰজিতা খোৱা। ভাৰতৰ বহু হিন্দুধৰ্মীৰ বাবে ই পবিত্ৰ মাহ, বহুতে ব্ৰত ৰাখে।

ফলত, খাদ্য তালিকাৰ পৰা মাছ-মাংস অন্তৰ্ধান হয়। কিন্তু কঠাল গুটিয়ে শৰীৰ বৃদ্ধি আৰু পৰিচালনাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় এমিন’ এচিদৰ যোগান অব্যাহত ৰাখে।

তাৰোপৰি, অতি প্ৰয়োজনীয় ভিটামিনবোৰ, ফাইবাৰ (আঁহ) আৰু মিনাৰেলসমূহ (খনিজ পদাৰ্থ)ৰ যোগান পূৰামাত্ৰাই ধৰিব পাৰে কঠালগুটিয়ে।

কঠালগুটিৰ গুণ সম্পৰ্কে ৰুজুতাই কোৱা কথাকেইটা–

১. বিভিন্ন ৰকমে সিহঁতক খাব পাৰি – কঠালগুটি বইল কৰি জোল বনাই খাব পাৰি। বা নহ’লে সিদ্ধ গুটিত অলপ নিমখ দি আবেলিৰ জলপান হিচাপে ক্হাব পাৰি।  (সংযোজন– অসমৰ বহু লোকে ইতিমধ্যে তৰকাৰী বনাই খায়।

২. পুষ্টিদায়ক– কঠালগুটিত পলিফেনল থাকে যি আপোনাক দিব পাৰে বয়সৰ চাপহীন ছাল আৰু শালমইনাৰ দৰে ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ। তাত মেংগানিজ আৰু মেগনেছিয়াম থাকে যি আন বহুটো দিশত উপকাৰী হোৱাৰ লগতে হাঁড় মজবুত কৰাত ভূমিকা লয়। ইয়াত জিংক আৰু আন মাইক্ৰ’ মিনাৰেলো থাকে যি উৰ্বৰতা বৃদ্ধি কৰে আৰু হৰম’নজনিত সু-স্বাস্থ্য (সন্তুলনত) ৰক্ষাত সহায় কৰে। থাকে ফাইবাৰ, ৰাইব’ফ্লেবিন আৰু সমৃদ্ধ ভিটামিন বি প্ৰফাইল (ভিটামিন বিৰ পৃথক গোটবোৰ) যি ৰক্তচাপ আৰু তেজৰ শৰ্কৰা (চুগাৰ) নিয়ন্ত্ৰণ পেটৰ প্ৰদাহ (ইনফ্লেমে’চন) কমোৱাত সহায় কৰে। ফাইবাৰে দীঘলীয়া সময়লৈকে ভোক নলগা কৰি ৰখাত সহায় কৰে, ফলত জাংক ফুদবোৰ (সংযোজন– এইটো সাধাৰণতে নগৰীয়া, অৰ্ধ চহৰীয়া অঞ্চলত বেছি)ৰ পৰা আঁতৰি থকাত সহায় হয়। ভাল হৃদস্বাস্থ্য ৰক্ষাটো ই সহায় কৰে, কাৰণ ই বেয়া কলেস্তেৰল কমোৱাত সহায় কৰে।

৩. সস্তা আৰু সুলভ। স্থানীয়ভাৱে উপলব্ধ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd