• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশোধ! কাবুলৰ হাস্পতালত আক্ৰমণ পাকিস্তানৰ; ভয়ংকৰ বিমান আক্ৰমণত ৪০০ লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2026 7:58 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিশোধৰ ভাৱনাত উন্মত্ত পাকিস্তান। সেইদৰে তেওঁলোকে নিজৰ নিষ্ঠুৰতা পৰিচয় দি আফগানিস্তানৰ কাবুলৰ এখন ড্ৰাগছ ৰিহাব হাস্পতালত আক্ৰমণ চলালে। যাৰ ফলত মৃতকৰ সংখ্যা ৪০০ লৈ বৃদ্ধি পাইছে বুলি মঙলবাৰে পুৱা তালিবান চৰকাৰৰ মুখপাত্ৰ হামদুল্লা ফিত্ৰাটে প্ৰকাশ কৰে।

তেওঁ এক্সত এই বিষয়ে এটা পোষ্ট কৰিছে। তাত হামদুল্লাহ ফিত্ৰাটে কয় যে সোমবাৰে মাজ নিশা আক্ৰমণ সংঘটিত হৈছিল। বৰ্তমানলৈকে এই আক্ৰমণত ৪০০ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ২৫০ জন লোক আহত হৈছে।

Apply Now

ফিত্ৰাটে লগতে কয় যে উদ্ধাৰকাৰী দলে ইতিমধ্যে কাম আৰম্ভ কৰিছে। জুই নিয়ন্ত্ৰণ কৰাৰ লগতে ধ্বংসাৱশেষৰ তলৰ পৰা মৃতদেহ উদ্ধাৰৰ বাবে কাম কৰি আছে।

অৱশ্যে পাকিস্তানে চিকিৎসালয়খনক লক্ষ্য কৰি কৰা আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে। তেওঁলোকে কয় যে সোমবাৰে কাবুল আৰু পূব আফগানিস্তানৰ কোনো অসামৰিক অঞ্চলত কোনো ধৰণৰ বিমান আক্ৰমণ হোৱা নাই।

কিন্তু আফগানিস্তানক এই আক্ৰমণৰ বিষয়ে আৰম্ভণিৰে পৰাই অৱগত কৰা হৈছে। তালিবানৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ শ্বাৰাফত জামানে কয় যে এই আক্ৰমণত ২০০ৰো অধিক লোক নিহত হৈছে। স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক টেলিভিছন সাক্ষাৎকাৰত তেওঁ কয় যে, “ড্ৰাগছ ৰিহাব চেণ্টাৰটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে।”

আফগান চৰকাৰৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদেও এই সাক্ষাৎকাৰটো শ্বেয়াৰ কৰে। লগতে এই আক্ৰমণক গৰিহণা দি আফগানিস্তানৰ সাৰ্বভৌমত্ব উলংঘা বুলি অভিহিত কৰে। মুজাহিদে এক্সত পোষ্ট কৰি কয় যে, “মৃত আৰু আহতসকলৰ অধিকাংশই আছিল এই হাস্পাতালত চিকিৎসা গ্ৰহণ কৰা ৰোগী।”

স্থানীয় টেলিভিছনতো দেখা গৈছে সেই ভয়ংকৰ ছবি। ক্ষতিগ্ৰস্ত অট্টালিকাৰ ধ্বংসাৱশেষ জ্বলি থকা দেখা গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰিছে।

পাকিস্তানে অৱশ্যে এই অভিযোগ মানি ল’ব বিচৰা নাই। উগ্ৰপন্থী আন্তঃগাঁথনিৰ লক্ষ্যৰে তেওঁলোকে এই আক্ৰমণ চলোৱা বুলি দাবী কৰে। কোনো অসামৰিক অঞ্চলত আক্ৰমণ কৰা নাছিল।

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মুখপাত্ৰ মুশ্বাৰফ জাইদীয়েও কাবুলৰ এখন চিকিৎসালয়ত আক্ৰমণৰ অভিযোগ খাৰিজ কৰে। তেওঁলোকে এই দাবীক “মিছা আৰু বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰে।

তেওঁলোকে লগতে দাবী কৰে যে তেওঁলোকে অতি ভাল পৰিকল্পনাৰে আক্ৰমণ সংঘটিত কৰিছিল। তেওঁলোকে নিশ্চিত কৰিছিল যে কোনো সাধাৰণ নাগৰিকৰ যাতে ক্ষতি নহয়। তেওঁলোকৰ লক্ষ্য আছিল কেৱল সেনা ঘাটি আৰু উগ্ৰপন্থী ঘাটি। যদিও কোৱা বাহুল্য যে পাকিস্তানৰ এই দাবীৰ কোনো ভিত্তি নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd