• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

১৯৫৮ চনৰ আইনৰ পৰিপন্থী বুলি দাবী মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন চৰকাৰৰ; পলমকৈ আৱেদন দাখিল কৰাৰ বাবে বিৰোধীৰ তীব্ৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2026 9:04 am
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন টিভিকে চৰকাৰে ৰাজ্যখনত গো-হত্যাৰ ওপৰত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে আৰোপ কৰা সম্পূৰ্ণ নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। যোৱা ২৭ মে’ত উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এই নিৰ্দেশক লৈ ৰাজ্যখনত তীব্ৰ ৰাজনৈতিক বিবাদৰ সৃষ্টি হোৱাৰ সময়তে ৰাজ্য চৰকাৰে এই আইনী পদক্ষেপ গ্ৰহণ কৰিছে।

ৰাজ্য চৰকাৰে যুক্তি দৰ্শাইছে যে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ ১৯৫৮ চনৰ তামিলনাডু পশু সংৰক্ষণ আইনৰ পৰিপন্থী। চৰকাৰৰ মতে, ১০ বছৰতকৈ অধিক বয়সৰ গৰু, যিবোৰ কাম আৰু প্ৰজননৰ বাবে অনুপযুক্ত বুলি প্ৰমাণিত হয়, তেনে গৰু বধ কৰিবলৈ আইনখনে অনুমতি প্ৰদান কৰে। ইয়াৰ উপৰিও চৰকাৰে উচ্চতম ন্যায়ালয়ত জনাইছে যে মূল আৱেদনখনত কেৱল কইম্বাটুৰত বকৰিদৰ সময়ত ৰাজহুৱা স্থানত পশু হত্যা ৰোধ কৰাৰ হে দাবী জনোৱা হৈছিল। কিন্তু ইয়াৰ বিপৰীতে উচ্চ ন্যায়ালয়ে সমগ্ৰ তামিলনাডুত বকৰিদ বা আন যিকোনো দিনতে গো-হত্যা নকৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰি মূল আৱেদনৰ গণ্ডীৰ বাহিৰলৈ গৈ ৰায়দান কৰে।

Apply Now

উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ ফলত স্থানীয় মুছলমান সম্প্ৰদায়ৰ লগতে বাৰ্ষিক উৎসৱত পৰম্পৰাগতভাৱে পশু বলি দিয়া হিন্দু মন্দিৰসমূহৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰিছে। বিৰোধী দলসমূহে এই নিৰ্দেশনাক সমালোচনা কৰাৰ লগতে টিভিকে চৰকাৰে পলমকৈ আইনী সঁহাৰি জনোৱা বুলি অভিযোগ উত্থাপন কৰিছে। ডিএমকেৰ মুখপাত্ৰ ড° চৈয়দ হাফিজুল্লাই কয় যে ধৰ্মীয় অনুষ্ঠানৰ বাবে কছাইখানা ব্যৱহাৰ কৰাটো কাৰ্যকৰী নহয়, কিয়নো তাত ঠাইৰ তীব্ৰ অভাৱ আৰু এইদৰে সমবেত হৈ পশু বলি দিয়াটো ধৰ্মীয় পৰম্পৰা হিচাপে আইনসন্মত। তেওঁ লগতে কয় যে অৰ্থনৈতিকভাৱে ক্ষতিকাৰক হোৱাৰ বাবে কোনেও খীৰতী গৰু বা দামৰি বধ নকৰে, বৰঞ্চ এই নিৰ্দেশে প্ৰকৃততে ষাঁড়, বলধ আৰু ম’হ হত্যাৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে।

একেদৰে এমএমকেৰ সভাপতি এম এইচ জৱাহৰুল্লাই এই ৰায়দানক বেদনাদায়ক আখ্যা দি ইয়াৰ ফলত সংবিধানৰ ২৫ নং অনুচ্ছেদে প্ৰদান কৰা ধৰ্মীয় স্বাধীনতা খৰ্ব হৈছে বুলি দাবী কৰে। আনহাতে, তামিলনাডু চৰকাৰে স্পষ্ট কৰি দিছে যে বৰ্তমানৰ আইনসমূহে পশু হত্যাৰ স্থান আৰু চৰ্তসমূহ নিয়ন্ত্ৰণ কৰে, কিন্তু সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে।

উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰাত হোৱা বিলম্বকলৈ বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰত শাসকীয় টিভিকে দলৰ এটা সূত্ৰই প্ৰকাশ কৰিছে যে আইনী বিশেষজ্ঞসকলৰ সৈতে পৰামৰ্শ কৰিবলৈ তেওঁলোকক কিছু সময়ৰ প্ৰয়োজন আছিল। বৰ্তমান সমগ্ৰ বিষয়টোৰ চূড়ান্ত নিষ্পত্তিৰ বাবে সকলোৰে দৃষ্টি উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত নিবদ্ধ হৈ আছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd