• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2026 9:43 pm
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ দিনটোত তামিলনাডুৰ মহিলাসকলৰ বাবে এক ডাঙৰ উপহাৰ আগবঢ়োৱা হৈছে। অহা ২ অক্টোবৰৰ পৰা ৰাজ্যখনত মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰাৰ এক বিশেষ প্ৰকল্প আৰম্ভ হ’ব, যাৰ নাম দিয়া হৈছে ভেট্ৰি পয়ণম। ৰাজ্যখনৰ মহিলাসকলৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুলভ কৰি তুলিবলৈ তামিলনাডু চৰকাৰে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ এই আঁচনিৰ জৰিয়তে প্ৰতিদিনে প্ৰায় ৮৪.৩২ লাখ মহিলা প্ৰত্যক্ষভাৱে উপকৃত হ’ব বুলি জানিব পৰা গৈছে।

 

Apply Now

সোমবাৰে ৰাজ্যিক সচিবালয়ত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হৈ এই প্ৰকল্পৰ চূড়ান্ত প্ৰস্তুতিৰ বুজ লয় তামিলনাডুৰ মুখ্যমন্ত্ৰী চি যোছেফ বিজয়ে। যাতায়াতৰ অতিৰিক্ত খৰচৰ বাবে যাতে ৰাজ্যখনৰ কোনো মহিলা বা ছাত্ৰী কৰ্মসংস্থাপন অথবা শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত নহয়, সেয়া সুনিশ্চিত কৰাই হৈছে বিজয় চৰকাৰৰ মূল লক্ষ্য। এই পদক্ষেপৰ জৰিয়তে মহিলাসকলে কৰ্মক্ষেত্ৰ, মহাবিদ্যালয় আৰু জৰুৰীকালীন চিকিৎসালয়ত অতি সহজেই উপস্থিত হ’ব পাৰিব, যিয়ে তেওঁলোকক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাত বিশেষভাৱে সহায় কৰিব।

 

পূৰ্বতে কেৱল সাধাৰণ চহৰৰ বাছসমূহতহে নিৰ্দিষ্ট কিছু ৰেহাইৰ সুবিধা আছিল। কিন্তু নতুন ভেট্ৰি পয়ণম প্ৰকল্পৰ অধীনত এতিয়া একেলগে ১২ হাজাৰ ৬৯২ খন নিৰ্দিষ্ট চৰকাৰী বাছত সম্পূৰ্ণ বিনামূলীয়াকৈ যাত্ৰা কৰিব পৰা যাব। পৌৰসভা আৰু নিগমৰ সীমাৰ ভিতৰত চলাচল কৰা এক্সপ্ৰেছ, লিমিটেড ষ্টপ ছাৰ্ভিছ আৰু ডিলাক্স বাছৰ লগতে ৪০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ মফচলীয় অঞ্চলৰ সাধাৰণ বাছ আৰু পাহাৰীয়া অঞ্চলৰ সাধাৰণ বাছকো এই সেৱাৰ অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজ্যখনৰ ৭ টা পৰিবহণ নিগমৰ মুঠ বাছৰ ৬৯ শতাংশ এতিয়া এই প্ৰকল্পৰ অধীনলৈ অনা হৈছে, যিয়ে প্ৰতিদিনে ১ লাখ ৬৫ হাজাৰ ৩১২ টা ট্ৰিপত সেৱা আগবঢ়াব। অৰ্থাৎ ৰাজ্যখনৰ মুঠ বাছ চলাচলৰ প্ৰায় ৮৫ শতাংশই এই নতুন ব্যৱস্থাৰ অধীনলৈ আহিছে।

 

প্ৰশাসনিক আৰু কাৰিকৰী দিশৰ পৰাও প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। নিৰ্ধাৰিত সকলো বাছত ইতিমধ্যে ইলেক্ট্ৰনিক টিকট মেচিন বা ইটিএম সংস্থাপনৰ কাম সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ২৫ ছেপ্টেম্বৰৰ ভিতৰত সকলো ছিষ্টেম পৰীক্ষাৰ কাম শেষ কৰি অহা ২৭ ছেপ্টেম্বৰৰ আগতেই ট্ৰায়েল ৰাণ সম্পূৰ্ণ কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে।

 

উল্লেখ্য যে যোৱা ২৪ আগষ্টত বিধানসভাত এই প্ৰকল্পৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল। সোমবাৰৰ পৰ্যালোচনা বৈঠকত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী এ বিজয় তামিলন পাৰ্থিবন, মুখ্য সচিব এম ছাইকুমাৰ, বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব এম অচিথিক আৰু পৰিবহণ সচিব ইলা নিথিৰ্মলৰাজকে ধৰি প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। অহা ২ অক্টোবৰত হ’বলগীয়া উদ্বোধনৰ পূৰ্বে প্ৰশাসনিক পৰ্যায়ত যে সকলো প্ৰস্তুতি ইতিমধ্যে চূড়ান্ত হৈছে, সেয়া এই বৈঠকৰ পৰাই স্পষ্ট হৈ পৰিছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd