• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফুচকা বিক্ৰী কৰাসকল হিন্দী ভাষী লোক’-তামিল মন্ত্ৰীৰ মন্তব্যত বিতৰ্কৰ জোৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2022 12:13 pm
তামিলনাডুৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী কে পোনমুদী।

তামিলনাডুৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী কে পোনমুদী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী কে পোনমুদীয়ে উত্তৰ ভাৰতীয়সকলক “পানী পুৰী (ফুচকা) বিক্ৰেতা” বুলি অভিহিত কৰি পুনৰ এক বিতৰ্কৰ সৃষ্টি কৰিছে। শুকুৰবাৰে তেওঁ কৈছিল যে যিসকলে ‘পানীপুৰী বিক্ৰী কৰি আছে’ তেওঁলোক হিন্দী ভাষী লোক।

কোইম্বাটুৰৰ ৰাজ্যিক ভাৰ্টিয়াৰ বিশ্ববিদ্যালয়ৰ ৩৭ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (ডিএমকে)ৰ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনত ইংৰাজী আৰু তামিলৰ ওপৰত গুৰুত্ব দি নিৰ্দিষ্ট ভাষা নীতি অনুসৰণ কৰিবলৈ সংকল্পবদ্ধ।

তামিলনাডুৰ উচ্চ শিক্ষা মন্ত্ৰী কে পোনমুদীয়ে কয়, “যদিও ইংৰাজী এক আন্তৰ্জাতিক ভাষা, তামিল হৈছে এক স্থানীয় আঞ্চলিক ভাষা।

Apply Now

লগতে পঢ়ক: ইউক্ৰেইনত যুদ্ধ অপৰাধৰ অভিযোগত প্ৰথমবাৰ বিচাৰৰ সন্মুখীন ৰাছিয়ান সেনা

ডিএমকে নেতাজনে লগতে কয় “চি এন আন্নাদুৰাই (ডিএমকেৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী) ইংৰাজ আৰু তামিলৰ পক্ষত মত প্ৰকাশ কৰিছিল। তেওঁ এটা কাহিনী কৈছিল-মেকুৰী আৰু নিগনিৰ বাবে দুটা পৃথক প্ৰৱেশদ্বাৰ সৃষ্টি কৰাৰ কাহিনী কৈছিল। তেওঁ কৈছিল যে নিগনিবোৰে মেকুৰীৰ বাবে তৈয়াৰ কৰা প্ৰৱেশদ্বাৰৰ মাজেৰেও প্ৰৱেশ কৰিব পাৰে। আমি ইংৰাজী নামৰ এটা আন্তৰ্জাতিক ভাষা শিকি আছোঁ। ইয়াত অন্য ভাষাৰ কি প্ৰয়োজন?’

ইপিনে, পোনমুদীৰ মন্তব্যকলৈ বিতৰ্কৰ জোৱাৰ উঠিছে। বহুতেই তেওঁৰ এই মন্তব্যই হিন্দীভাষীসকলক অপমান কৰাৰ বুলি অভিযোগ আনিছে।

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইটাৰত লিখিছে যে তামিল মন্ত্ৰীগৰাকীয়ে হিন্দী ভাষীসকলক অপমান কৰিছে।

লগতে পঢ়ক: একেলগে গৰ্ভৱতী হ’ল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ, এগৰাকী চিকিৎসক

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ ৰাষ্ট্ৰভাষা হিচাপে সমগ্ৰ দেশতে এক হিন্দী ভাষা প্ৰৱৰ্তনৰ কথা উল্লেখ কৰাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্কৰ সৃষ্টি হয়।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd