DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

একেলগে গৰ্ভৱতী হ’ল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ, এগৰাকী চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2022 10:38 am
একেলগে গৰ্ভৱতী হ’ল একেখন হাস্পাতালৰ প্ৰসূতি বিভাগৰ ১০ গৰাকী নাৰ্চ, এগৰাকী চিকিৎসক
359
VIEWS
Share on FacebookShare on Twitter

শুনি আচৰিত যেন লাগিলেও আমেৰিকাৰ লিবাৰ্টি হাস্পাতলত এনেকুৱাই এক ঘটনা ঘটিছে। হাস্পাতলখনৰ প্ৰসূতি বিভাগত কাম কৰি থকা ১১গৰাকী মহিলাই একেলগে অন্ত:সত্তা হৈছে। তেওঁলোকৰ ভিতৰত ১০ গৰাকী নাৰ্চ আৰু এগৰাকী চিকিৎসক আছে।

অৱশ্যে এয়াই প্ৰথম নহয়, বিগত পাঁচ বছৰত আমেৰিকাত তৃতীয়বাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, মাতৃ হ’বলগীয়া সকলোকেইগৰাকীয়ে জুলাইৰ পৰা নৱেম্বৰৰ ভিতৰত সন্তান জন্ম দিব। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, গৰ্ভৱতী মহিলাসকলে একেটা বিভাগতে কাম কৰে।

তেওঁলোকে জানিবলৈ দিছে যে “বাতৰিটো পোৱাৰ পিছত ভালেই লাগিছে। আমি সকলোৱে সকলোৰে যতন লওঁ।”

বাতৰিটো পোহৰলৈ অহাৰ পিছত বহুতেই ইয়াকলৈ ধেমালি কৰিছে। কিছুমানে কয় যে চিকিৎসালয়খনৰ পানীতে কিবা থাকিব লাগিব!

OH BABY! 👶 Ten nurses and one doctor at Liberty Hospital in Missouri are pregnant at the same time! https://t.co/6trwnFIdCS pic.twitter.com/kfXWmVAkSp

— Good Morning America (@GMA) May 10, 2022

উল্লেখ্য যে ২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেবাৰ এণ্ড ডেলিভাৰি ইউনিট অফ মেন মেডিকেল চেন্টাৰত এনে ঘটনা ঘটিছিল। সেইবাৰ একেটা বিভাগৰএ ৯ গৰাকী নাৰ্চ একেলগে গৰ্ভৱতী হৈছিল। ইয়াৰ পূৰ্বে, ২০১৮ চনত, আমেৰিকাৰ এণ্ডাৰচন চিকিৎসালয়ৰ আঠজন কৰ্মচাৰী একেলগে গৰ্ভৱতী হৈছিল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd